- চুৰজ জামাল নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- যুৱকজন ISISৰ কৱলত পৰা কথাটো অস্বীকাৰ কৰে আৰক্ষী আয়ুক্তই
- ইতিমধ্যেই জম্মু আৰক্ষীয়ে মহানগৰ আৰক্ষীক দিছে এই তথ্য
- চুৰজ জামাল নামৰ যুৱকজনক উদ্ধাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে
- জম্মু আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে
- চুৰজৰ দুৰ্ভগীয়া পৰিয়ালটোক জালুকবাৰী আৰক্ষীয়ে ধন দাবী কৰা সন্দৰ্ভতো মন্তব্য
- দোষী আৰক্ষী বিষয়াক ৰেহাই দিয়া ন'হবঃ আৰক্ষী আয়ুক্ত দীপক কুমাৰ
গাড়ীগাঁৱৰ নিৰুদ্দিষ্ট যুৱকৰ ঘটনা ISISৰ লগত জড়িত নহয়ঃ দীপক কুমাৰ
মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা ৷ ISSIত ভৰ্তি কৰোৱাৰ বাবে যুৱকক জম্মু কাশ্মীৰলৈ লৈ যোৱাৰ সন্দেহ কৰিছিল একাংশই ৷ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ৷
গাড়ীগাঁৱৰ নিৰুদ্দিষ্ট যুৱকৰ ঘটনা ISISৰ লগত জড়িত নহয়ঃ দীপক কুমাৰ
- চুৰজ জামাল নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- যুৱকজন ISISৰ কৱলত পৰা কথাটো অস্বীকাৰ কৰে আৰক্ষী আয়ুক্তই
- ইতিমধ্যেই জম্মু আৰক্ষীয়ে মহানগৰ আৰক্ষীক দিছে এই তথ্য
- চুৰজ জামাল নামৰ যুৱকজনক উদ্ধাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে
- জম্মু আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে
- চুৰজৰ দুৰ্ভগীয়া পৰিয়ালটোক জালুকবাৰী আৰক্ষীয়ে ধন দাবী কৰা সন্দৰ্ভতো মন্তব্য
- দোষী আৰক্ষী বিষয়াক ৰেহাই দিয়া ন'হবঃ আৰক্ষী আয়ুক্ত দীপক কুমাৰ
Intro:মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা।
ISSIত ভৰ্তি কৰোৱাৰ বাবে যুৱকক জম্মু কাশ্মীৰলৈ লৈ যোৱাৰ সন্দেহ কৰিছিল একাংশই।
ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
যুৱকজন ISISৰ কৱলত পৰা কথাটো অস্বীকাৰ কৰে আৰক্ষী আয়ুক্তই।
ইতিমধ্যেই জম্মু আৰক্ষীয়ে মহানগৰ আৰক্ষীক দিছে এই তথ্য।
চুৰজ জামাল নামৰ যুৱকজনক উদ্ধাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।
জম্মু আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
Body:ইফালে চুৰজৰ দুৰ্ভগীয়া পৰিয়ালটোক জালুকবাৰী আৰক্ষীয়ে ধনদাবী কৰা সন্দৰ্ভতো মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
দোষী আৰক্ষী বিষয়াক ৰেহাই দিয়া ন'হব।
Conclusion:HIRUL HAQUE I GUWAHATI