ETV Bharat / state

তেজপুৰৰ প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ পৰলোকপ্ৰাপ্তি - তেজপুৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বা

দিল্লীৰ গুৰুগাঁৱৰ আৰটাৰী চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন সাংসদগৰাকীৰ ৷ 2014 চনৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ আছিল মণি কুমাৰ চুব্বা ৷

etv bharat
author img

By

Published : May 27, 2019, 1:30 PM IST

তেজপুৰ, 27 মে’: দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকাৰ পাচত সোমবাৰে ১২:৩০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে তেজপুৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাক ৷ দিল্লীৰ গুৰুগাঁৱৰ আৰটাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদগৰাকী ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ ৷

etv bharat
দিল্লীৰ গুৰুগাৱৰ আৰটাৰী চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন সাংসদগৰাকীৰ

১৯৫৮ চনৰ ১৬ মে'ত জন্ম গ্ৰহণ কৰা মণি কুমাৰ চুব্বাই 12, 13 আৰু 14 সংখ্যক সাধাৰণ নিৰ্বাচনত অৰ্থাৎ ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে একেৰাহে ৩ বাৰকৈ কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল ৷ তেজপুৰৰ প্ৰাক্তন সাংসদ, নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়কৰ লগতে অসম গোৰ্খা সন্মিলনৰ সভাপতিও আছিল চুব্বা ৷

etv bharat
দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল চুব্বা

পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে দিল্লীত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন সাংসদগৰাকীৰ ৷

Intro:তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বা ৰ পৰলোক ৬১ বছৰ বয়সত

তেজপুৰ,২৭ মে': তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনি কুমাৰ চুব্বা আৰু নাই ৷
দিৰ্ঘদিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ গুৰুগাৱৰ আৰটাৰী হাস্পাতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি ১২:৩০ বজাত চিকিৎসকে মৃত বুলি ঘোষনা কৰে ৷
১৯৫৮ চনৰ ১৬ মে'ত জন্ম গ্ৰহন কৰা চুব্বই সন্মানিয় তেজপুৰ লোক সভা সমষ্টিৰ পৰা দেশৰ ১২,১৩ আৰু ১৪ ৰ সাধাৰন নিৰৰ্বাচনত ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে ৩ বাৰ একেৰাহে প্ৰতিনিধিত্ব কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৷
আনহাতে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত প্ৰচাৰ অভিযান চলাই থাকোতে হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধিন হৈছিল ৷
মৃত্যুৰ সময়ত চুব্বই তেওঁৰ পত্নী প্ৰিতমল চুব্বা লগত এতি পুত্ৰ আৰু ৩ গৰাকী কণ্যা ক এৰি গৈছে ৷তেওঁ গোৰ্খা সন্মিলনৰ আৰু অ বি চিৰ প্ৰাক্তন সভাপতি আছিল ৷
পৰিয়ালৰ সুত্ৰত জানিব পৰা মতে অহা কালি মঙ্গলবাৰে দিল্লীত শেষ কৃত্য সম্পন্ন কৰা হব ৷Body:MK SubbaConclusion:Pranab kumar Dad
Tezpur
27/5/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.