ETV Bharat / state

মহানগৰীত ন ভোটাৰ সকলক লৈ সজাগতা আলোচনা - ছ'চিয়েল মিডিয়া

আলোচনাত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

নিৰ্বাচনী বিষয়া
author img

By

Published : Mar 15, 2019, 6:24 PM IST

গুৱাহাটী,15মাৰ্চ: আগন্তক লোকসভা নিৰ্বাচনক লৈ নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে মহানগৰীত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে অনুষ্ঠিত কৰে এক সজাগতা আলোচনা । শুকুৰবাৰে মহানগৰীৰ খাদী আৰু উদ্যোগ গ্ৰামোনয়ন ব'ৰ্ডত আয়োজন কৰা এই সজাগতা আলোচনাত বিভিন্ন মহাবিদ্যালয়ৰ নতুন ভোটাৰ সকলে অংশগ্ৰহণ কৰে । আলোচনাত নতুন ভোটাৰসকলক বিভিন্ন বিষয়ৰ লগতে ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা বিভিন্ন বাতৰিসমূহ কিদৰে পৰীক্ষা কৰিব লাগে এই বিষয়েও সজাগ কৰা হয় । ইপিনে এই আলোচনা সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ।

মহানগৰীত ন ভোটাৰ সকলক লৈ সজাগতা আলোচনা

উল্লেখ্য যে, নিৰ্বাচন আয়োগে বিভিন্ন ছ'চিয়েল মিডিয়াৰ লগতে পেইড নিউজৰ ওপৰতো এইবাৰ তীক্ষ্ন দৃষ্টি ৰাখিব ।

Intro:আগন্তক লোকসভা নিৰ্বাচনকলৈ নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে মহানগৰীত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰনালৈৰ সজাগতা আলোচনা।

Body:আগন্তক লোকসভা নিৰ্বাচনকলৈ নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে মহানগৰীত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰনালৈয়ে অনুষ্ঠিত কৰে এক সজাগতা আলোচনা। মহানগৰীৰ খাদী আৰু উদ্যোগ গ্ৰামোদ্যোগ ব'ৰ্ডত আয়োজন কৰা এই সজাগতা আলোচনাত বিভিন্ন বিদ্যালয়ৰ নতুন ভোটাৰ সকলে অংশগ্ৰহণ কৰে। আলোচনাত নতুন ভোটাৰ সকলক বিভিন্ন বিষয়ৰ লগতে ছোচিয়েল মেডিয়াত প্ৰকাশ পোৱা বিভিন্ন বাতৰি সমূহ কিদৰে পৰীক্ষা কৰিব লাগে এই বিষয়েও সজাগ কৰা হয়। আলোচনা সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা কৰা হয়।

বাইট : পংকজ চক্ৰৱৰ্তী, যুটীয়া নিৰ্বাচনী বিষয়া

Conclusion:নিৰ্বাচন আয়োগে বিভিন্ন ছোচিয়েল মেডিয়াৰ লগতে পেইড নিউজৰ ওপৰতো এইবাৰ তীক্ষ্ণ দৃষ্টি ৰাখিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.