ETV Bharat / state

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ কটনত ডঃ সমুজ্জল ভট্টাচাৰ্য - সমুজ্জল ভট্টাচাৰ্য

শ্বহীদ ৰঞ্জিত বৰপূজাৰীকে ধৰি অন্যান্য শ্বহীদসকলৰ স্মৃতিত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ কটনত ডঃ সমুজ্জল ভট্টাচাৰ্য
author img

By

Published : Jul 4, 2019, 11:34 PM IST

গুৱাহাটী, 4 জুলাইঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰঞ্জিত বৰপূজাৰী ছাত্ৰবাসৰ চৌহদত অনুষ্ঠিত হয় শ্বহীদ সকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ ভাষা আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত অনু্ষ্ঠিত হৈ যায় এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ ভৱেশ চন্দ্ৰ গোস্বামী, সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি আছুৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়াকে ধৰি অন্যান্য ভাষাসমূহৰ উন্নতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ডঃ ভট্টাচাৰ্যই ৷

Intro: কটন বিশ্ববিদ্যালয়ত উপাচাৰ্য প্ৰফেছৰ ভবেশ চন্দ্ৰ গোস্বামী, সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী
সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত শ্বহীদক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আৰু শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অনুষ্ঠানত। কটন বিশ্ববিদ্যালয়ৰ ৰঞ্জিত বৰপূজাৰী ছাত্ৰবাসৰ চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠান। Body:ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য ৰ লগতে বহু বিশিষ্ট ব্যক্তি। অনুষ্ঠানতে ছাত্ৰবাস তোৰ চৌহদত এখন উদ্যান নিৰ্মান আৰু ছাত্ৰবাস তো নব নিৰ্মান কৰা হব বুলি ঘোষণা কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে। Conclusion:আনহাতে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যাবতীয় পদক্ষেপ লবলৈও চৰকাৰক আহ্বান জনায় আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.