ETV Bharat / state

আয়ুৰচন্দ্ৰাত উদযাপন নাৰী দিৱস

মহিলাসকলক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ মহিলাসকলৰ ৰোগ প্ৰতিৰোধ আৰু নিৰ্মূলৰ  ওপৰত আলোচনা কৰাৰ লগতে সাংস্কৃতিক  অনুষ্ঠানো অনুষ্ঠিত হয় ৷

ghy
author img

By

Published : Mar 10, 2019, 12:41 AM IST

গুৱাহাটী, 9 মাৰ্চঃশনিবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ আয়ুৰচন্দ্ৰাত হাস্পতালত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ ।

ghy
মহিলাসকলক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে হাস্পতাল কৰ্তৃপক্ষই । অনুষ্ঠানত মহিলাসকলৰ ৰোগ প্ৰতিৰোধ আৰু নিৰ্মূলৰওপৰত আলোচনা কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷

Slug: A_GHY_9MAR_801_AYURSUNDRA PROGRAM_HIRUL HAQUE

শণিবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ আয়ুৰচন্দ্ৰা হস্পিতালত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ। মহিলাসকলক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে হস্পিতাল কৰ্তৃপক্ষই। তাৰোপৰি স্বাস্থ্যজনিত বিষয়ৰ ওপৰত আলোচনা চক্ৰও অনুষ্ঠিত হয়। কেনেধৰণে ৰোগ নিৰাময় কৰিব পাৰি এই দিশৰ ওপৰত আলোচনা কৰা হয়। ইফালে কেক কাটি চিকিৎসালয়খনৰ প্ৰতিগৰাকী মহিলা কৰ্মচাৰীয়ে উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই অনুষ্ঠানৰ লগতে গীত-নৃত্য পৰিৱেশন কৰে বিভিন্নজনে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.