ETV Bharat / state

বি বৰুৱা কলেজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া

ড্ৰাগছৰ বিৰোধী সজাগতা সভাত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু চি আই ডি ৰ ADGP ডাঃ এল আৰ বিষ্ণু

বি বৰুৱা কলেজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা
author img

By

Published : Jun 19, 2019, 8:28 PM IST

গুৱাহাটী, 19 জুনঃ বি বৰুৱা কলেজত বুধবাৰে অনুষ্ঠিত কৰা হয় ড্ৰাগছৰ বিৰোধী বিশেষ সজাগতা সভা ৷ সজাগতা সভাত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু চি আই ডি ৰ ADGP ডাঃ এল আৰ বিষ্ণু ৷ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সজাগতামূলক বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক ড্ৰাগছ ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।

বি বৰুৱা কলেজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

লগতে ADGP ডাঃ এল আৰ বিষ্ণুৱে ড্ৰাগছ সেৱনৰ ফলত হ'ব পৰা বিভিন্ন ক্ষতি সম্পৰ্কে সকলো ছাত্ৰ-ছাত্ৰীকে তথ্য সহকাৰে অৱগত কৰে ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাৰ সমান্তৰালকৈ বিদ্যালয়-কলেজ সমূহত সজাগতা মূলক সভাও চলি থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

Intro:বি বৰুৱা কলেজত ড্ৰাগছ ৰ বিৰুদ্ধে সজাগতা সভা।
সজাগতা সভাত উপস্থিত থাকে DGP কুলাধৰ শইকীয়া CP দীপক কুমাৰ আৰু চি আই ডি ৰ ADGP ডাঃ এল আৰ বিষ্ণুই । DGP কুলাধৰ শইকীয়া আৰু CP দীপক কুমাৰ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্য বহুমূলীয়া ভাষণ আগবঢ়াই। লগতে ছাত্ৰ ছাত্ৰী সকলক ড্ৰাগছ ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। লগতে
ADGP ডাঃ এল আৰ বিষ্ণুই ড্ৰাগছ সেৱনৰ কি কি হব পাৰে লগতে লক্ষ্য কি হব পাৰে সেই সকলো ছাত্ৰ ছাত্ৰী সকলক তথ্য সহকাৰে জানিবলৈ দিয়ে আৰু লগতে ড্ৰাগছ ৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় এল আৰ বিষ্ণুৱে।

Body:ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাৰ লগতে বিদ্যালয় কলেজ সমূহত সজাগতা মূলক সভা সমান্তৰালভাৱে চলি থাকিব বুলি কলে CP দীপক কুমাৰে । লগতে DGP কুলাধৰ শইকীয়াই কয় যে ড্ৰাগছ ৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে । ড্ৰাগছ সৰবৰাহ কাৰী কৰায়ত্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।
Bite:-দীপক কুমাৰ

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.