ETV Bharat / state

অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা

অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সকীয়নি

author img

By

Published : Feb 27, 2019, 3:58 PM IST

SC student union

গুৱাহাটী, ২৭ফেব্ৰুৱাৰীঃ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লাভ কৰা বিষয়া-কৰ্মচাৰীসকলৰবিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলতসংগঠনটোৰ বিষয়ববীয়াইদাবী কৰামতেঅসমত বাস কৰা পঞ্চাশ লাখ অনুসূচিত জাতিৰ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰি আছে ।

SC student union
বিগত সত্তৰ বছৰে জাতিটোৰ লোকসকলৰ মাজত উন্নয়নৰ প্ৰতিফলন দেখা নগ'ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

আনহাতে, বিজেপি চৰকাৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদসমূহ আজিকোপতি পূৰণ কৰিব পৰা নাই বুলি কৈ সংবিধানত কেৱল সামাজিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষিত পদসমূহত বিজেপি চৰকাৰে অৰ্থনৈতিকভাৱে পিছপৰা লোকক সংৰক্ষণ দিব বিচাৰি ভাৰতীয় সংবিধানক অৱমাননা কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

Intro:গুৱাহাটী প্ৰেছ ক্লাবত অনুসুচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সংবাদ মেল ‌সংবাদমেলত তেওঁ লোকৰ অভিযোগ যে সাধাৰণ শ্ৰেণীৰ সংৰক্ষণ আৰু অনুসুচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰা বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা কৰা ।তেওঁ লোকৰ অভিযোগ অসমত বাস কৰা পঞ্চাশ লাখ অনুসুচিত জাতিৰ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰি আছে ।৭০বছৰ ধৰি সামাজিক, অৰ্থনৈতিক, শৈক্ষিক উন্নতি দেখা নগল ।বৰ্তমান বিজেপি চৰকাৰ খনেও এই সকল লোকৰ সংৰক্ষণ যি ব্যৱস্থা নাইকিয়া কৰাৰ পৰিকল্পনা কৰিছে ।বিজেপি চৰকাৰে অনুসুচিত জাতিৰ বেকলগৰ পদ সমূহ আজিকোপতি পূৰণ কৰিব পৰা নাই ।সংবিধানত সংৰক্ষণৰ ব্যৱস্থা সামাজিক ভাৱে পিছ পৰা লোকৰ বাবে হে আছিল ।কিন্তু বিজেপি চৰকাৰে অৰ্থনৈতিক ভাৱে পিছ পৰা লোকক সংৰক্ষণ দিব বিচাৰি ভাৰতীয় সংবিধানক অৱমাননা কৰিছে ।জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু সংৰক্ষিত পদত যিসকল অনা অনুসুচিত জাতিৰ লোক অধিগ্ৰহণ কৰি আছে ইয়াৰ ওপৰত অনুসুচিত জাতি ছাত্ৰ সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জৰিত মোকদৰ্মা কৰিছিল যদিও জাতি গত প্ৰমাণ পত্ৰ পুনৰীক্ষন কমিটি খনে আজি পৰ্যন্ত তদাৰকী শাখা গঠন কৰা নাই ।ইয়াৰ পৰা বুজা যায় যে অনুসূচিত জাতিৰ সমস্যা সমূহৰ ক্ষেত্ৰত সোনোৱাল চৰকাৰ কিমান দায়বদ্ধ ।চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অতিশীঘ্ৰে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব তেওঁলোকে ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.