ETV Bharat / state

গোলাঘাটত চাহ শ্ৰমিক সমিতিৰ প্ৰতিবাদ - চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি

অবৈধ লালীগুৰ কেবিনটৰ জড়িয়তে অসমত নিষিদ্ধ কৰাৰ দাবী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ

golaghat 1
author img

By

Published : Mar 6, 2019, 7:37 PM IST

গোলাগাট, ৬ মাৰ্চ: গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক লোক চুলাই পান কৰি মৃত্যু হোৱা বিষয় সন্দৰ্ভতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদত চুলাই পান কৰি মৃত্যু হোৱা ব্যক্তিসকলৰ সন্তানক সংস্থাপন দিবলৈ দাবী জনাই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে৷ আনহাতে, সংগঠনটোৱে আৱকাৰী বিভাগৰ গাফিলতিৰ বাবেই ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে । পূৰ্বতে চুলাই বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্যত এনেধৰণৰ কৰুণ ঘটনা সংঘটিত নহয় বুলিও দাবী জনাই । তাৰোপৰি সংগঠনটোৰ দাবী অবৈধ লালীগুৰ কেবিনটৰ জড়িয়তে অসমত নিষিদ্ধ কৰা, অসমখন সুৰা মুক্ত কৰি প্ৰতিটো দুৰ্ভগীয়া পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ উপৰিও মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

golaghat

Intro:গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ)ৰ প্ৰতিবাদ। গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক লোক মৃত্যু হোৱা অধিক লোকে আছিল চাহ বাগিচা অঞ্চলৰ। চৰকাৰী সাহাৰ্য্য আৰু ঘাতমাওৰা হোৱা লৰা ছোৱালীক সংস্থাপনক লৈ প্ৰতিবাদ।

Body:গোলাঘাট শালমৰা চাহ বাগিচাতেই মৃত্যু হৈছিল বিষাক্ত চুলাই মদ সেৱন কাৰী বহু ব্যক্তি। ইয়াৰ উপৰিও উষা গৰঙা, তেলীশাল, মেৰাপানী, যোগীবাৰী, চেলেঙী, জাপিসজা, বৰচাপৰি, জংঘলমাটি তথা যোৰহাট জিলাৰ বৰহোলা চাহ বাগিচাকে ধৰি বিভিন্ন অঞ্চলত মৃত্যু হৈছিল ডেৰ শতাধিক লোকৰ। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) অভিযোগ আৱকাৰী বিভাগৰ গাফিলতীৰ বাবেই মৃত্যু হল এইধৰণৰ সাধাৰণ জনতাৰ। এই ক্ষেত্ৰত চৰকাৰেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল পূৰ্বতে। যাৰবাবে এইধৰণৰ কৰুণ ঘটনা সংঘটিত হল চাহ শ্ৰমিকৰ মাজত। সংগঠনটোৰ দাবী অবৈধ লালীগুৰ কেবিনটৰ জড়িয়তে অসমত নিষিদ্ধ কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমখন সুৰা মুক্ত কৰি প্ৰতিটো দুৰ্ভগীয়া পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, পিতৃ মাতৃ হেৰুৱা সন্তানক চৰকাৰী হিচাপে অতিশীঘ্ৰে দায়িত্ব বহন কৰা আদি দাবীৰে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ সাৱস্থ্য কৰি মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Conclusion:Byte 1: অমিত নাগ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.