ETV Bharat / state

দৰঙত চুলাইৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি

author img

By

Published : Feb 25, 2019, 6:08 PM IST

আবকাৰী মন্ত্ৰীৰ পদত্যাগৰ দাবী সংগঠনটোৰ

KMSS

দৰং, ২৫ ফেব্ৰুৱাৰীঃ অবৈধ চুলাই মদৰ ঘাটিসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত সোমবাৰেদৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

KMSS
আবকাৰী বিভাগৰ কমিচনৰাজৰ বাবেই দৰঙত অবৈধ চুলাইৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবী

A_DARRANG_25FEB_801_KMSS

মঙলদৈত অবৈধ চুলাই মদ ব্যৱসায়ৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ ।
দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ ।
আৱকাৰী মন্ত্ৰীৰ পদত্যাগৰ দাবী ।
লগতে দৰঙৰ আৱকাৰী বিভাগৰ কমিচনৰাজৰ বাবেই দৰঙত অবৈধ চুলাই মদৰ ব্যৱসায় বৃদ্ধি হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ
Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.