ETV Bharat / state

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

জনপ্ৰিয় শিল্পী গৰাকীক কাষত পাই আনন্দত আত্মহাৰা মাডাৰ অল্ড এজ হোমৰ আৱাসী সকল

author img

By

Published : Mar 25, 2019, 7:48 PM IST

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

গুৱাহাটী, 25 মাৰ্চঃ অসম সন্তান তথা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তসোমবাৰে উপস্থিত হ'ল মহানগৰীস্থিত বৃদ্ধা আবাস মাডাৰ অল্ড এজ হোমত ৷ উপস্থিত হৈ শিল্পী গৰাকীয়ে আইতা সকলৰ সৈতে কটালে এক মধুৰ সময় ৷

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

আনহাতে, জনপ্ৰিয় শিল্পী গৰাকীক কাষত পাই আনন্দত আত্মহাৰা হ'ল মাডাৰ অল্ড এজ হোমৰ আৱাসী সকল ৷ পাপনে আইতাসকল আশীষ লৈ বৃদ্ধাৱাসত পৰিৱেশন কৰিলে কেইবাটাও জনপ্ৰিয় গীত ৷

অংগৰাগ পাপন মহন্ত ৷ বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৷ এইগৰাকী শিল্পী উপস্থিত হ'ল মহানগৰীৰ মাডাৰ বৃদ্ধাবাসত ৷ উপস্থিত হৈ আইতা সকলৰ সৈতে কটালে এক মধুৰ সময় ৷ জনপ্ৰিয় শিল্পীগৰাকীক কাষত পায় আনন্দত আত্মহাৰা হল বৃদ্ধাৱাসৰ আৱাসী সকল ৷ প্ৰায় দুঘন্টা সময় বৃদ্ধাৱাসত কটায় আইতা হতৰ আশিষ মূৰত লৈ উভতি আহিল নিজৰ কৰ্মত ৷ অংগৰাগে আইতা সকলক লগত লৈ পৰিবেশন কৰিলে কেইবাটাও গীতো ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.