কাছাৰ,23 ছেপ্টেম্বৰঃ সোমবাৰে কাছাৰ জিলাৰ উধাৰবন্ধত পিষ্টলসহ আটক হয় এজন যুৱক ৷ যুৱকজনৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ যুৱকজনৰ ঘৰ উধাৰবন্ধ দূৰ্গা নগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ জোৱান সকলে উধাৰবন্ধ ভি আই পি পথত AS-11E-0557 নম্বৰৰ এখন মেজিক গাড়ীত তালাচী চলাই এটা পইন্ট 2 MM পিষ্টল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলছৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসহ ধৃত যুৱক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱানসকলে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
শিলচৰৰ উধাৰবন্ধত পিষ্টলসহ আটক যুৱক - AS-11E-0557 নম্বৰৰ এখন মেজিক গাড়ী
শিলচৰৰ উধাৰবন্ধত এটা পইন্ট 2 MM পিষ্টল আৰু ২৪টা গুলীসহ আটক যুৱক
কাছাৰ,23 ছেপ্টেম্বৰঃ সোমবাৰে কাছাৰ জিলাৰ উধাৰবন্ধত পিষ্টলসহ আটক হয় এজন যুৱক ৷ যুৱকজনৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ যুৱকজনৰ ঘৰ উধাৰবন্ধ দূৰ্গা নগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ জোৱান সকলে উধাৰবন্ধ ভি আই পি পথত AS-11E-0557 নম্বৰৰ এখন মেজিক গাড়ীত তালাচী চলাই এটা পইন্ট 2 MM পিষ্টল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলছৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসহ ধৃত যুৱক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱানসকলে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
কাছাৰ জিলাৰ উধাৰবন্ধত পিস্তল সহ আটক এক যুবক ৷ তেঁওৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ ঘৰ উধাৰবন্ধ দূৰ্গানগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ ভিত্তিত আসাম ৰাইফলসৰ জোৱান সকলে উধাৰবন্ধ ভিআইপি সড়কত AS11E 0557 নম্বৰৰ এখন মেজিক গাড়ীত তল্লাশি চলাই এটি 02 MM পিস্তল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ সহ ধৃত যুবক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱান সকলে ৷ ধৃত যুৱক জনক আৰক্ষীৰ জেৰা অব্যাহত ৷Body:BREAKING SILCHAR
কাছাৰ জিলাৰ উধাৰবন্ধত পিস্তল সহ আটক এক যুবক ৷ তেঁওৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ ঘৰ উধাৰবন্ধ দূৰ্গানগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ ভিত্তিত আসাম ৰাইফলসৰ জোৱান সকলে উধাৰবন্ধ ভিআইপি সড়কত AS11E 0557 নম্বৰৰ এখন মেজিক গাড়ীত তল্লাশি চলাই এটি 02 MM পিস্তল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ সহ ধৃত যুবক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱান সকলে ৷ ধৃত যুৱক জনক আৰক্ষীৰ জেৰা অব্যাহত ৷Conclusion:BREAKING SILCHAR
কাছাৰ জিলাৰ উধাৰবন্ধত পিস্তল সহ আটক এক যুবক ৷ তেঁওৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ ঘৰ উধাৰবন্ধ দূৰ্গানগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ ভিত্তিত আসাম ৰাইফলসৰ জোৱান সকলে উধাৰবন্ধ ভিআইপি সড়কত AS11E 0557 নম্বৰৰ এখন মেজিক গাড়ীত তল্লাশি চলাই এটি 02 MM পিস্তল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ সহ ধৃত যুবক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱান সকলে ৷ ধৃত যুৱক জনক আৰক্ষীৰ জেৰা অব্যাহত ৷