ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 10, 2022, 11:12 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Uttarakhand Election Result 2022: ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ

উত্তৰাখণ্ডত নিৰ্বাচন নিৰপেক্ষতাক লৈ প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি চিচিটিভি কেমেৰা এতিয়ালৈ তিনিবাৰ বন্ধ কৰাৰ অভিযোগ কৰে ৷

Punjab Election Results Updates : বৰ্তমানলৈ কোনে কিমান আসন লাভ কৰিছে...

ইতিমধ্যে আৰম্ভ হৈছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Punjab Election Results 2022) ৷ পঞ্জাৱত 117 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে 1304 গৰাকী প্ৰাৰ্থীয়ে ৷

Manipur Election 2022 Updates: বিজেপিৰ 16 আৰু কংগ্ৰেছৰ 5 খন আসনত অগ্ৰগতি

বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে মণিপুৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা (Manipur election result) ৷ ৬০ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷

Uttarakhand Election Result 2022: এইবাৰ কাৰ দখলত উত্তৰাখণ্ড ?

কাৰ দখললৈ যাব উত্তৰাখণ্ড... কোন দলে উত্তৰাখণ্ডত গঠন কৰিব চৰকাৰ ৷ আজি স্পষ্ট হ'ব উত্তৰাখণ্ডৰ ভাগ্য....

Majuli By Election Results : মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

মাজুলীত অব্যাহত উপ নিৰ্বাচনৰ ভোটগণনা (Majuli By Election Results updates) ৷ শেহতীয়া তথ্য অনুসৰি, বিজেপি প্ৰাৰ্থী ভূৱন গামে বিপক্ষৰ নিকটতম প্ৰতিদ্বন্দ্বী চিত্তৰঞ্জন বসুমতাৰীতকৈ প্ৰায় 11,962 টা ভোটত আগবাঢ়ি আছে ৷

পৌৰ নিৰ্বাচনৰ দুটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ জয় : অৰবিন্দ কেজৰিৱালৰ শুভেচ্ছা

প্ৰথমবাৰৰ বাবে অসমত আপৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল (AAP won in Assam municipal election)। তিনিচুকীয়া আৰু লখিমপুৰ পৌৰসভাত এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে আপে । আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে টুইটাৰৰ জৰিয়তে দুইগৰাকী বিজয়ী প্ৰাৰ্থীক জনালে শুভেচ্ছা ।

Punjab Election Results 2022: পঞ্জাৱত কোনে মাৰিব শেষ হাঁহি ?

আজি ঘোষণা হ’ব বহু প্ৰত্যাশিত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Punjab Election Results 2022) ৷ পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ’ল উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ ভোটগণনা ৷ পঞ্জাৱত কোনে গঠন কৰিব চৰকাৰ ? তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে ৷

UP Election Results 2022 : কি হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ?

আজি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ তাৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP Election 2022) ৷ উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ সৰ্বমুঠ 4442 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ কিন্তু কোনে মাৰিব শেষ হাঁহি ?

UP Assembly Election 2022 : উত্তৰ প্ৰদেশত অধিকাংশ আসনতে বিজেপিৰ অগ্ৰগতি

ইতিমধ্যে আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন 2022 (UP Assembly Election 2022) ৰ ভোটগণনা । শেহতীয়া তথ্য অনুসৰি, উত্তৰ প্ৰদেশত 244 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৷ তাৰ পিছতে দ্বিতীয় স্থানত আছে সমাজবাদী পাৰ্টী চমুকৈ চপা ৷ দলটোৱে 134 খন আসনত অগ্ৰগতি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বিএছপিয়ে 7 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

Rishi Kapoor last film: শীঘ্ৰেই মুক্তি পাব ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন'

ঋষি কাপুৰৰ অন্তিমখন ছবি 'শৰ্মাজী নামকিন' অতি সোনকালেই অ’টিটি প্লেটফৰ্মত মুক্তি পাব (Rishi Kapoor last film) ৷ ছবিখনৰ নিৰ্মাতাই জনালে এই কথা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.