শিলচৰ,19 ফেব্ৰুৱাৰী: অসম-মিজোৰাম সীমান্তৰ কলাশিব অঞ্চলত উদ্ধাৰ সাত কোটিৰো অধিক টকাৰ নিচা জাতীয় দ্ৰব্য ৷ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যখিনি ৷
![অসম-মিজোৰাম সীমান্ত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tabletrecoveredassammizoramborderareaasc10043_18022021212706_1802f_1613663826_150.jpg)
কলাশিব বিখাউৰ আৰক্ষী সহযোগিতাত উদ্ধাৰ কৰা দ্ৰব্যখিনিৰ লগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি দুয়ো গৰাকী লোককে আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: হোজাইত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী