ETV Bharat / state

অসম-মিজোৰাম সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

অসম-মিজোৰাম সীমান্তৰ কলাশিব অঞ্চলত উদ্ধাৰ সাত কোটিৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য ৷ বিখাউৰ আৰক্ষী সহযোগিতাত উদ্ধাৰ কৰা দ্ৰব্যখিনিৰ লগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷

অসম-মিজোৰাম সীমান্ত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য

author img

By

Published : Feb 19, 2021, 12:29 PM IST

Updated : Feb 19, 2021, 12:42 PM IST

শিলচৰ,19 ফেব্ৰুৱাৰী: অসম-মিজোৰাম সীমান্তৰ কলাশিব অঞ্চলত উদ্ধাৰ সাত কোটিৰো অধিক টকাৰ নিচা জাতীয় দ্ৰব্য ৷ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যখিনি ৷

অসম-মিজোৰাম সীমান্ত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য
অসম-মিজোৰাম সীমান্ত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য

কলাশিব বিখাউৰ আৰক্ষী সহযোগিতাত উদ্ধাৰ কৰা দ্ৰব্যখিনিৰ লগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি দুয়ো গৰাকী লোককে আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: হোজাইত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

Last Updated : Feb 19, 2021, 12:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.