ETV Bharat / state

উন্নয়নৰ শ্ল’গান দি ফুৰা চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন:সুস্মিতা দেৱ - শিলচৰৰ প্রাক্তন সাংসদ সুস্মিতা দেৱ

বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ৷

উন্নয়নৰ শ্ল’গান দি ফুৰা চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন:সুস্মিতা দেৱ

author img

By

Published : Mar 26, 2021, 1:06 PM IST

শিলচৰ,26 মাৰ্চ: বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিল শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ । উন্নয়নৰ শ্ল’গান দি ফুৰা চৰকাৰৰ দিনতে উন্নয়ন হোৱা নাই ৷ প্ৰতিশ্ৰুতিৰ নামত দিছে কেৱল মিছা প্ৰতিশ্ৰুতি ৷ এই বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছে শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে ৷

উন্নয়নৰ শ্ল’গান দি ফুৰা চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন:সুস্মিতা দেৱ

আনকি বিজেপি চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম উন্নয়নৰ কথা কৈ থকা উন্নয়ন ক’ত বুলিও প্ৰশ্ন কৰে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ।

লগতে পঢ়ক: তেজপুৰত অনুজ মেচৰ শেষ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.