ETV Bharat / state

শিলচৰত ধুমুহাৰ তাণ্ডৱ - ধুমুহাৰ তাণ্ডৱ

নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল শিলচৰৰ পাঁচগ্ৰাম জিলা পৰিষদৰ বহু অঞ্চল ৷ এই ধুমুহাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ বহু লোকৰ নৱ-নিৰ্মিত বাসগৃহৰ লগতে বহু ঘৰ আদি ভাঙি চুৰমাৰ হয় ৷

শিলচৰত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Apr 30, 2019, 12:02 PM IST

শিলচৰ, 30 এপ্ৰিল : নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল শিলচৰৰ পাঁচগ্ৰাম জিলা পৰিষদৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত পাঁচগ্ৰামৰ অন্তৰ্গত ঠাড়াপুৰ,টৌছিপ নতুন কলনিৰ আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ ফলত এই বিধ্বংসী ধুমুহাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ বহু লোকৰ নৱ-নিৰ্মিত বাসগৃহৰ লগতে বহু ঘৰ আদি ভাঙি চুৰমাৰ হোৱাৰ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা বিকল হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷

Intro:News Silcher ___ পাঁচগ্ৰাম এলাকালৈ ধুমুহাৰ তাণ্ডৱ ৷ Body:News Silcher ___ পাঁচগ্ৰাম এলাকালৈ ধুমুহাৰ তাণ্ডৱ ৷ ৰাতিপুৱা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল পাঁচগ্ৰাম জিপিৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় অঞ্চলকেইটাত ৷ পাঁচগ্ৰাম অন্তৰ্গত ঠাড়াপুৰ,টওছিপ নতুন কলনিৰ আদি অঞ্চলত৷ পলত বহু লোকৰ ঘৰ নৱ নিৱনিমিত পি.এম.এ.ওয়াই বাসগৃহৰ লগতে ৱহু, ঘৰ আদি ভাঙি চুৰমাৰ কৰে বিধ্বংসী ধুমুহা৷এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমাণে খয়খতি হইছে৷ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা বিকল হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷Conclusion:News Silcher ___ পাঁচগ্ৰাম এলাকালৈ ধুমুহাৰ তাণ্ডৱ ৷ ৰাতিপুৱা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল পাঁচগ্ৰাম জিপিৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় অঞ্চলকেইটাত ৷ পাঁচগ্ৰাম অন্তৰ্গত ঠাড়াপুৰ,টওছিপ নতুন কলনিৰ আদি অঞ্চলত৷ পলত বহু লোকৰ ঘৰ নৱ নিৱনিমিত পি.এম.এ.ওয়াই বাসগৃহৰ লগতে ৱহু, ঘৰ আদি ভাঙি চুৰমাৰ কৰে বিধ্বংসী ধুমুহা৷এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমাণে খয়খতি হইছে৷ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা বিকল হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.