ETV Bharat / state

হাথৰছ কাণ্ডৰ ন্যায় বিচাৰি শিলচৰত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

হাথৰছ কাণ্ডৰ ন্যায় বিচাৰি বুধবাৰে শিলচৰত মৌন প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছে ৷ যোগী আদিত্যনাথৰ চৰকাৰ খনতক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷

author img

By

Published : Oct 7, 2020, 10:32 PM IST

হাথৰছ কাণ্ডৰ ন্যায় বিচাৰি শিলচৰত কংগ্ৰেছৰ মৌন প্ৰতিবাদ
হাথৰছ কাণ্ডৰ ন্যায় বিচাৰি শিলচৰত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

শিলচৰ, 7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথছৰ কাণ্ডৰ ন্যায়ৰ দাবীৰে বুধবাৰে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছে ৷ চহৰখনত অৱস্থিত ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত বহি মৌন প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মকৰ্তা সকলে ৷ প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং ৷ প্ৰতিবাদকাৰী সকলে হাথৰছ ঘটনাত ধিক্কাৰ প্ৰদান কৰাৰ লগতে,যোগী আদিত্যনাথৰ চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক: সদলবলে অগপত যোগদান শিক্ষাবিদ ড৹ ৰঞ্জিত ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.