শিলচৰ, 18 চেপ্তেম্বৰঃ শিলচৰৰ ৰাজপথত মহিলাৰ অভিযান ৷ লক্ষ্য যান বাহন আইনৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা ৷ সমগ্ৰ দেশতে নতুন যান বাহন নীতিক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে শিলচৰত নাগৰিক স্বাৰ্থ ৰক্ষা সংগ্ৰাম পৰিষদ নামৰ সংগঠনটোৱে পথ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা চলায় ৷ সংগঠনটোৰ মহিলা সকলে শিলচৰৰ বিভিন্ন পথৰ কাষত থিয় হৈ যান বাহন আইন মানি চলিবলৈ জনসাধাৰণক আহ্বান জনায় ৷ বিশেষকৈ মটৰ চাইকেল আৰোহী সকলক হেলমেট পিন্ধিবলৈ অনুৰোধ জনোৱাৰ লগতে গাড়ীৰ চালকক চিটবেল্ট লগাইহে গাড়ী চলাবলৈ অনুৰোধ জনায় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলে কয় যে,ট্ৰেফিক আইন উলংঘন কৰাৰ বাবেই বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ নিজৰ লগতে পৰিয়াল আৰু আন বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনে ৷ গতিকে পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ'লে এই ক্ষেত্ৰত সজাগ হোৱাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে মহিলা সকলে ৷
শিলচৰৰ ৰাজপথত মহিলাৰ অভিযান - নাগৰিক স্বাৰ্থ ৰক্ষা সংগ্ৰাম পৰিষদ
সমগ্ৰ দেশতে নতুন যান বাহন নীতিক লৈ চৰ্চা চলি থকাৰ সময়তে শিলচৰৰ ৰাজপথত মহিলাৰ পথ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা ৷
শিলচৰ, 18 চেপ্তেম্বৰঃ শিলচৰৰ ৰাজপথত মহিলাৰ অভিযান ৷ লক্ষ্য যান বাহন আইনৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা ৷ সমগ্ৰ দেশতে নতুন যান বাহন নীতিক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে শিলচৰত নাগৰিক স্বাৰ্থ ৰক্ষা সংগ্ৰাম পৰিষদ নামৰ সংগঠনটোৱে পথ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা চলায় ৷ সংগঠনটোৰ মহিলা সকলে শিলচৰৰ বিভিন্ন পথৰ কাষত থিয় হৈ যান বাহন আইন মানি চলিবলৈ জনসাধাৰণক আহ্বান জনায় ৷ বিশেষকৈ মটৰ চাইকেল আৰোহী সকলক হেলমেট পিন্ধিবলৈ অনুৰোধ জনোৱাৰ লগতে গাড়ীৰ চালকক চিটবেল্ট লগাইহে গাড়ী চলাবলৈ অনুৰোধ জনায় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলে কয় যে,ট্ৰেফিক আইন উলংঘন কৰাৰ বাবেই বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ নিজৰ লগতে পৰিয়াল আৰু আন বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনে ৷ গতিকে পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ'লে এই ক্ষেত্ৰত সজাগ হোৱাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে মহিলা সকলে ৷
👆মহিলা সকলৰ সহায় কৰিছে বিভিন্ন সংগঠনৰ মোটা মানুহে।
👆শিলচৰৰ বিভিন্ন পথত চলাইছে অভিযান।
Body:👆শিলচৰৰ মহিলা সকলে পথত নামিছে দুৰ্ঘটনা ৰুখিবলৈ ।
👆মহিলা সকলৰ সহায় কৰিছে বিভিন্ন সংগঠনৰ মোটা মানুহে।
👆শিলচৰৰ বিভিন্ন পথত চলাইছে অভিযান।
যেতিয়াই এটা পথদুৰ্ঘটনা হয় তেতিয়াই পৰিবাৰৰ মানুহৰ হেৰাৱাব লগাহয় নিজৰ প্ৰিয়জনক । হৈ কাৰণে শিলচৰৰ মহিলা সকলে গোট হৈ শিলচৰৰ বিভিন্ন ৰাস্তাত থিয় হৈ আৰম্ভ কৰিলে ট্রেফিকগিৰী ।বাইক চলক সকলে হেলমেট পিন্ধিবলৈ অনুৰোধ লগতে গাড়ীৰ চালক সকলে চিতবেল্ট বান্ধি বাৰ কাৰণে অনুৰোধ কৰিছে তেওঁ লোকে ।
তেওঁ লোকৰ কথা সমাজত কোনো পৰিয়ালৰ দুৰ্ঘটনাৰ কাৰণে যাতে কান্দিবলৈ না হয়।
ExclusiveConclusion:এতিয়া চাবলৈ আছে কিমানে দুৰ্ঘটনা কমে শিলচৰত ।