ETV Bharat / state

শিলচৰত অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ - জানিগঞ্জ পাঠশালা

শিলচৰত জানিগঞ্জ পাঠশালাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অস্বস্তিত এতিয়া শিক্ষাৰ্থী ৷ শিলচৰ পৌৰসভাৰ অন্তৰ্গত এটা নলা বিদ্যালয়খনৰ সমীপেৰে পাৰ হৈ যোৱা ফলত পাঠদান গ্ৰহণত অসুবিধা ছাত্ৰ-ছাত্ৰীৰ ৷

শিলচৰ
কাণসাৰ নাই পৌৰসভাৰ
author img

By

Published : Jan 11, 2020, 12:26 AM IST

Updated : Jan 11, 2020, 9:09 AM IST

শিলচৰ,10 জানুৱাৰীঃ শিলচৰত অৱস্থিত এখন বিদ্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অস্বস্তিত পৰিছে শিক্ষাৰ্থী সকল ৷ প্ৰাপ্য তথ্য মতে,চহৰখনৰ জানিগঞ্জ পাঠশালাৰ ছাত্ৰ-ছাত্ৰীসকলে এই পৰিৱেশৰ বাবে কৰিব পৰা নাই অধ্যয়ন ৷ উল্লেখ্য যে,শিলচৰ পৌৰসভাৰ অন্তৰ্গত এটা নলা বিদ্যালয়খনৰ সমীপেৰে পাৰ হৈ গৈছে ৷ নলাটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণে বিদ্যালয়ৰ চোতালত পাঠদান কৰিবলগা হৈছে শিক্ষাৰ্থীয়ে ৷ বাৰে বাৰে পৌৰসভাক আবেদন কৰিয়ো বিফল হৈছে বিদ্যালয় কৰ্তৃপক্ষ ৷

কাণসাৰ নাই পৌৰসভাৰ

চৰকাৰৰ স্বচ্ছ ভাৰত আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই ৰাজ্যৰ একাংশ এলেকাক ৷ এইক্ষেত্ৰত শিলচৰ পৌৰসভা আৰু প্ৰশাসনে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

Intro:শিলচৰৰ জানিগঞ্জ পাঠশালাৰ ছাত্ৰ ছাত্ৰী সকলে পৰা শুনা কৰিব পৰা নাই শিলচৰ মিনিশিপালটি কাৰণে।
স্কুলৰ লগতে এটা দাগৰ নালা গৈছে আৰু এই নালাৰ দুৰ্গন্ধৰ কাৰণে স্কুলৰ বাহিৰত বহি পঢ়িব লগা হয়। বাৰে বাৰে পৌৰসভাক আবেদন নিবেদন কৰিও কওঁ
ফল পাওয়া নাই ।
Body:শিলচৰৰ জানিগঞ্জ পাঠশালাৰ ছাত্ৰ ছাত্ৰী সকলে পৰা শুনা কৰিব পৰা নাই শিলচৰ মিনিশিপালটি কাৰণে।
স্কুলৰ লগতে এটা দাগৰ নালা গৈছে আৰু এই নালাৰ দুৰ্গন্ধৰ কাৰণে স্কুলৰ বাহিৰত বহি পঢ়িব লগা হয়। বাৰে বাৰে পৌৰসভাক আবেদন নিবেদন কৰিও কওঁ
ফল পাওয়া নাই ।
চৰকাৰৰ স্বচ্ছ ভাৰত আজি এই এলাকত হাসিৰ খোৰাক হৈ পৰিছে ।Conclusion:কেতিয়াবা চৰকাৰৰ দৃষ্টিৰে পাৰিব হৈ টু চাবলৈ আছে।
Last Updated : Jan 11, 2020, 9:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.