ETV Bharat / state

শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা - শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

কাছাৰ পথ দুৰ্ঘটনাৰ পাচতেই উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ সোমবাৰে কালীপূজাৰ বিসৰ্জন বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই এখন ট্ৰাক ৷ তাৰপিচতে উত্তেজিত ৰাইজে জ্বলাই দিয়ে ট্ৰাকখন ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম আৰক্ষী
author img

By

Published : Oct 31, 2019, 10:59 AM IST

কাছাৰ, 31 অক্টোবৰঃ কাছাৰত পথ দুৰ্ঘটনাৰ পাচতেই উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ঘটনাক কেন্দ্ৰ কৰি নিলম্বন কৰা হৈছে দুই ট্ৰেফিক আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সোনাইৰ বিধায়ক আমিনুল হক লস্কৰৰ ৷

শিলচৰৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে,সোমবাৰে কাছাৰৰ শিলচৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ মিজোৰামৰ পৰা অসম অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে প্ৰথমে সোনাইত দুৰ্ঘটনা সংঘটিত কৰে ৷ তাৰ পাচতেই ট্ৰাকখনে শিলচৰৰ ৰাঙিৰখাড়িত প্ৰৱেশ কৰে ৷ ট্ৰাকখনে মেহেৰপুৰৰ বীৰবল বজাৰত কালীপূজাৰ বিসৰ্জনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই ৷ এই দুৰ্ঘটনাত দুজন কিশোৰী নিহত হোৱাৰ বিপৰীতে 16 জন আহত হয় ৷ ইয়াৰ পাচতেই উত্তজিত ৰাইজে জ্বলাই দিয়ে ট্ৰাকখনক ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকক ৷

লগত পঢ়ক-হোজাইত কেবালক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ

Intro:শিলচৰৰ দুৰ্ঘটনাৰ পিছত আমিনুল হোকর প্ৰতিক্ৰিয়া ।
নিলম্বিত দুজন ট্ৰেফিক পুলিচ।Body:শিলচৰ চহৰৰ মেহেৰপুৰ বীৰবল বজাৰৰ পৰিস্থিতি অলপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে পুলিচ। জানিব পৰা গৈছে, ঘাতক ট্ৰাক খনে মিজোৰাম ৰোড ধৰি অহাৰ সময়ত প্ৰথমে শিলচৰ চহৰত সোমোৱাৰ সময়ত সোনাই ৰোডৰ জাঙিয়ানা বুলি এটা ঠাইত কেইজন পথচাৰীক আঘাত কৰে। তেতিয়া স্থানীয় একাংশ মানুহে ট্ৰাক খনৰ পিছত খেদি গৈছিল। সেই সময়ত পেলাবলৈ চেষ্টা কৰি ট্ৰাক খন ৰাঙিৰখাড়ি, হাইলাকান্দি ৰোড আদি বিভিন্ন ঠাইত কেইবাজনক আঘাত কৰে। পিছত মেহেৰপুৰ বীৰবল বজাৰৰ তাত আহি ট্ৰ্যান্চিং গ্ৰাউন্ডত হোমাই আত্মৰক্ষা কৰিব বিচাৰি কালীপূজাৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰি যোৱা এদল আই মাতৃ শিশুৰ দলৰ উপৰ দি গুছি যায়। ইয়াৰ ফলত বহু কেইজন আহত হয়। তেওঁ লোকক অনতিপলমে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। মেডিকেল কলেজৰ পৰা জনাইছে, ইয়াৰ মাজত দুজন নাবালিকাৰ মৃত্যু হৈছে। আন দুজন আশংকাজনক অবস্থাত আছে। এই ঘটনাৰ পিছত উত্তেজিত ৰাইজে ট্ৰাকখন জ্বলাই দিয়ে। ।Conclusion:পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত। পুলিচ ট্ৰাক চালকক আবদ্ধ কৰিছে বুলি জনাইছে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.