ETV Bharat / state

শিলচৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা

বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে বৃহস্পতিবাৰে শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী পালন কৰে ।

author img

By

Published : Aug 29, 2019, 3:45 PM IST

বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

শিলচৰ, 29 আগষ্টঃ বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে বৃহস্পতিবাৰে শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী পালন কৰে । বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শতাধিক শ্ৰমিক কৰ্মচাৰী আজি শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী পালন কৰে । পৰিষদে কয় উপত্যকাৰ গাঁৱে-ভূৱে পানীয় জল প্ৰকল্প বছৰৰ পিছত বছৰ ধৰি সচল ৰাখি লক্ষ লক্ষ লোকক পানী সৰবৰাহ কৰি আহিছে যদিও শ্ৰমিকসকলৰ পাৰিতোষিক যোৱা 62 মাহে ধৰি আদায় দিয়া নাই চৰকাৰে ।

বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

আনহাতে পূৰ্বে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চাকৰি স্থায়ী কৰা নাই হোৱা নাই শ্ৰমিকসকলৰ । শ্ৰমিকসকলে পিছত তেওঁলোকৰ চাকৰি স্থায়ীকৰণ, নিয়মীয়াকৈ বেতন প্ৰদান, আন সুবিধা প্ৰদান, জলপ্ৰকল্প সমূহ সদায় সচল ৰখাৰ ব্যৱস্থা গ্ৰহণ ইত্যাদি বিষয় সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে ৷

Intro:NEWS Silchar 29August বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শত শ্ৰমিক কৰ্মচাৰী আজি শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কৰ্মসূচি পালন কৰে। Body:NEWS Silchar 29August বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শত শ্ৰমিক কৰ্মচাৰী আজি শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কৰ্মসূচি পালন কৰে। তেওঁ কয় উপত্যকাৰ গাঁৱেভুৱে শতশত পানীয় জল প্ৰকল্প তেওঁ বছৰৰ পিছত বছৰ ধৰি সচল ৰাখি লক্ষলক্ষ লোকক পানি সৰবৰাহ কৰি আহিছে যদিও তেওঁৰ পাৰিতোষিক যোৱা 62 মাস ধৰি আদায় দিয়া নাই। প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁৰ চাকৰি স্থায়ী কৰা নাই। প্ৰকল্প চলাবলৈ টকা বৰাদ্ধ কৰা নাই। তেওঁ পিছত তেওঁ লোকৰ চাকৰি স্থায়ীকৰণ, নিয়মীয়াকৈ বেতন প্ৰদান, আন সুবিধা প্ৰদান, জলপ্ৰকল্প সমূহ সদায় সচল ৰখাৰ ব্যৱস্থা গ্ৰহণ ইত্যাদি।---- বাইটConclusion:NEWS Silchar 29August বৰাক উপত্যকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ কেইবা শত শ্ৰমিক কৰ্মচাৰী আজি শিলচৰৰ বিভাগীয় কাৰ্যালয়ত কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কৰ্মসূচি পালন কৰে। তেওঁ কয় উপত্যকাৰ গাঁৱেভুৱে শতশত পানীয় জল প্ৰকল্প তেওঁ বছৰৰ পিছত বছৰ ধৰি সচল ৰাখি লক্ষলক্ষ লোকক পানি সৰবৰাহ কৰি আহিছে যদিও তেওঁৰ পাৰিতোষিক যোৱা 62 মাস ধৰি আদায় দিয়া নাই। প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁৰ চাকৰি স্থায়ী কৰা নাই। প্ৰকল্প চলাবলৈ টকা বৰাদ্ধ কৰা নাই। তেওঁ পিছত তেওঁ লোকৰ চাকৰি স্থায়ীকৰণ, নিয়মীয়াকৈ বেতন প্ৰদান, আন সুবিধা প্ৰদান, জলপ্ৰকল্প সমূহ সদায় সচল ৰখাৰ ব্যৱস্থা গ্ৰহণ ইত্যাদি।---- বাইট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.