ETV Bharat / state

শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ হেলমেট বিতৰণ কাৰ্যসূচী

বাইক, স্কুটী আৰোহীক এপাহ ৰঙা গোলাপৰ সৈতে হেলমেট প্ৰদান কৰিছে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে ৷ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত হাস্পতাল ৰ'ডত থিয় হৈ তেওঁ বাইক, স্কুটি চালক আৰু সহযাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে পালন কৰে এই বিশেষ কাৰ্যসূচী ৷

Silchar M.L.A Dilip kumar pal distribute helmet at Silchar
শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ হেলমেট বিতৰণ কাৰ্যসূচী
author img

By

Published : Feb 1, 2020, 4:23 PM IST

শিলচৰ,1 ফেব্ৰুৱাৰীঃ শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সমষ্টিবাসীৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিধায়কগৰাকীয়ে ৰঙা গোলাপৰ সৈতে একোটাকৈ হেলমেট প্ৰদান কৰিছে বাইক তথা স্কুটি আৰোহীসকলক ৷ শনিবাৰে, চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত হাস্পতাল ৰ'ডত থিয় হৈ তেওঁ বাইক, স্কুটি চালক আৰু সহযাত্ৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে পালন কৰিছে এই বিশেষ কাৰ্যসূচী ৷ হেলমেট অবিহনে কোনো বাইক স্কুটি চালকে পূৰ্বৰ দৰে পেট্ৰ'ল পাম্পৰ পৰা পেট্ৰ'ল কিনিব নোৱাৰিব, এই ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা গঢ়ি তোলাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ৰ লগতে পৰিবহন বিভাগৰ সৈতে আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ হেলমেট বিতৰণ কাৰ্যসূচী
লগতে পঢ়কঃঅসমীয়া ভাষাৰ প্ৰেমত এজন অষ্ট্ৰেলিয়াৰ ভাষাবিদ

Intro:বিধায়কৰ হেলমেট প্ৰদান

শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে আজি শিলচৰ চহৰত বাইক স্কুটি ইত্যাদি দ্বিচক্ৰ যানৰ হেলমেট নথকা চালক সকলক হেলমেট উপহাৰ প্ৰদান কৰিছে। তেওঁৰ লগতে মহিলা মোৰ্চাৰ নেত্ৰী কৰ্মী সকলেও হেলমেট নথকা চালক সকলক এটা এটাকৈ লাল গোলাপ আৰু হেলমেট উপহাৰ প্ৰদান কৰে। চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত হাচপাতাল ৰোডত থিয় হৈ তেওঁ এই বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই কৰ্মসূচি পালন কৰিছে বুলি জনাইছে। তেওঁ হেলমেট অবিহনে কোনো বাইক স্কুটি চালকে আগৰ দৰে পেট্ৰ'ল পাম্পৰ পৰা জ্বালানী যেনে কিনিব নোৱাৰে সেই কটকটীয়া ব্যবস্থা আকৌ কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়ৰ লগতে পৰিবহন বিভাগৰ লগত কথা পাতিছে বুলি জনাইছে। তেওঁ কয়, এটা হেলমেটতকৈ জীৱন মূল্যবান আৰু সেই কাৰণে সকলো বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ হেলমেট লগোৱা প্ৰয়োজন। ----- বাইটBody:বিধায়কৰ হেলমেট প্ৰদান

শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে আজি শিলচৰ চহৰত বাইক স্কুটি ইত্যাদি দ্বিচক্ৰ যানৰ হেলমেট নথকা চালক সকলক হেলমেট উপহাৰ প্ৰদান কৰিছে। তেওঁৰ লগতে মহিলা মোৰ্চাৰ নেত্ৰী কৰ্মী সকলেও হেলমেট নথকা চালক সকলক এটা এটাকৈ লাল গোলাপ আৰু হেলমেট উপহাৰ প্ৰদান কৰে। চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত হাচপাতাল ৰোডত থিয় হৈ তেওঁ এই বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই কৰ্মসূচি পালন কৰিছে বুলি জনাইছে। তেওঁ হেলমেট অবিহনে কোনো বাইক স্কুটি চালকে আগৰ দৰে পেট্ৰ'ল পাম্পৰ পৰা জ্বালানী যেনে কিনিব নোৱাৰে সেই কটকটীয়া ব্যবস্থা আকৌ কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়ৰ লগতে পৰিবহন বিভাগৰ লগত কথা পাতিছে বুলি জনাইছে। তেওঁ কয়, এটা হেলমেটতকৈ জীৱন মূল্যবান আৰু সেই কাৰণে সকলো বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ হেলমেট লগোৱা প্ৰয়োজন। ----- বাইটConclusion:বিধায়কৰ হেলমেট প্ৰদান

শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে আজি শিলচৰ চহৰত বাইক স্কুটি ইত্যাদি দ্বিচক্ৰ যানৰ হেলমেট নথকা চালক সকলক হেলমেট উপহাৰ প্ৰদান কৰিছে। তেওঁৰ লগতে মহিলা মোৰ্চাৰ নেত্ৰী কৰ্মী সকলেও হেলমেট নথকা চালক সকলক এটা এটাকৈ লাল গোলাপ আৰু হেলমেট উপহাৰ প্ৰদান কৰে। চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত হাচপাতাল ৰোডত থিয় হৈ তেওঁ এই বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই কৰ্মসূচি পালন কৰিছে বুলি জনাইছে। তেওঁ হেলমেট অবিহনে কোনো বাইক স্কুটি চালকে আগৰ দৰে পেট্ৰ'ল পাম্পৰ পৰা জ্বালানী যেনে কিনিব নোৱাৰে সেই কটকটীয়া ব্যবস্থা আকৌ কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়ৰ লগতে পৰিবহন বিভাগৰ লগত কথা পাতিছে বুলি জনাইছে। তেওঁ কয়, এটা হেলমেটতকৈ জীৱন মূল্যবান আৰু সেই কাৰণে সকলো বাইক স্কুটি চালক আৰু সহযাত্ৰী সকলৰ হেলমেট লগোৱা প্ৰয়োজন। ----- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.