ETV Bharat / state

অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী - অসম বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

অসম বাংলাদেশ সীমান্তবৰ্তী কাছাৰ জিলাৰ কাটিগড়া চন্ডীনগৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নেচা জাতীয় টেবলেট ৷ ফাস্ট ব্যাটেলিয়ান বিএএছএফ ৰ অভিযানত উদ্ধাৰ ৩৯ হাজাৰ ৮০০ টা ইয়াভা টেবলেট ৷

অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

author img

By

Published : Feb 23, 2021, 9:42 PM IST

শিলচৰ,২৩ ফেব্ৰুৱাৰী: সীমান্ত অঞ্চলত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা । অসম-বাংলাদেশ সীমান্তবৰ্তী কাছাৰ জিলাৰ কাটিগড়াৰ চণ্ডীনগৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট ৷ প্ৰথম বেটেলিয়ান বিএএছএফৰ অভিযানত উদ্ধাৰ ৩৯ হাজাৰ ৮০০ টা নিচাযুক্ত টেবলেট ৷ লগতে জব্দ AS-১১-D-৫৩৫৮ নম্বৰৰ এখন চাৰিচকীয়া বাহন ৷

অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত বিএএছএফৰ এটা বাহিনীয়ে অসম-বাংলাদেশ সীমান্তৰ চণ্ডীনগৰত বাহনখনত তালাচী চলাই জব্দ কৰে নিচাযুক্ত সামগ্ৰী খিনি ।

জব্দ হোৱা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ৯৯ হাজাৰ টকা হ'ব বুলি জানিবলৈ দিয়ে বিএএছএফে ৷
লগতে পঢ়ক:মুখ্যমন্ত্ৰী হ'ব নোৱাৰি হতাশাত ভুগিছে মন্ত্ৰী শৰ্মা : গৌৰৱ গগৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.