ETV Bharat / state

কৃত্ৰিম বান ৰুধিবলৈ কাছাৰ প্ৰশাসনৰ নলা চাফা অভিযান - EtvBharatAssam

বাৰিষাৰ পূৰ্বেই নলা চাফা কাৰ্যসূচী কাছাৰৰ জিলা প্ৰশাসনৰ ৷ জিলাখনৰ সদৰস্থানৰ বহুঠাইত নলাসমূহ চাফা কৰে জিলা প্ৰশাসনে ৷

বাৰিষাৰ পূৰ্বেই নলা চাফা অভিযান কাছাৰ জিলা প্ৰশাসনৰ
author img

By

Published : Jul 10, 2019, 5:25 PM IST

শিলচৰ, 10 জুলাইঃ বাৰিষাৰ আগমনৰ লগে লগেই নলা চাফা কাছাৰ জিলা প্ৰশাসনৰ ৷ কৃত্ৰিম বানৰ পৰা সকাহ পাবলৈ জিলা প্ৰশাসনে শিলচৰ চহৰৰ বিভিন্ন স্থানত ৰূপায়ন কৰে নলা চাফা কাৰ্যসূচী ৷ বুধবাৰে শিলচৰ চহৰৰ বিভিন্ন স্থানত জিলা প্ৰশাসনে চাফা কৰে বহুকেইটা নলা ৷

বাৰিষাৰ পূৰ্বেই নলা চাফা অভিযান কাছাৰ জিলা প্ৰশাসনৰ

জিলা প্ৰশাসনৰ লগতে জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু গড়কাপ্তানি বিভাগৰ সহযোগত কৃত্ৰিম বান প্ৰতিৰোধ কৰিবলৈ হাতত হয় এই কাৰ্যব্যৱস্থা ৷

Intro: দীৰ্ঘদিনৰ পিছত শিলচৰৰ পানী নিষ্কাষণ ব্যবস্থা সুচাৰু কৰিবলৈ নতুনকৈ প্ৰচেষ্টা কাছাৰৰ জেলাপ্ৰশাসনৰ।Body:শিলচৰ চহৰৰ বিভিন্ন ঠাইৰ Drain বিলাকক পৰিস্কাৰ কৰাৰ কাজ হাতত লৈছে । যাতে বাৰিষাৰ সময়ত শিলচৰ সহৰক জমা পানীৰ সমস্যা হব নোৱাৰে।
Conclusion:প্ৰশাসনৰ এনে ধৰণৰ পদক্ষেপৰ কাৰণে শিলচৰৰ ৰাইজে সাধুবাদ দি আছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.