ETV Bharat / state

শিলচৰত নিৰ্বাচনী সংবাদমেল উপায়ুক্ত লয়া মাদুৰীৰ - শিলচৰ

সদৰি কৰিলে শিলচৰ সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক বহু তথ্য

শিলচৰত উপায়ুক্ত নিৰ্বাচনী সংবাদমেল
author img

By

Published : Mar 12, 2019, 12:55 AM IST

শিলচৰ, ১১ মাৰ্চ : নিৰ্বাচনী আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাচতে সোমবাৰে ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ লগতে শিলচৰতো উপায়ুক্তৰ সংবাদমেল । শিলচৰ লোকসভা সমষ্টিটোত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ বিভিন্ন তথ্য দাঙি ধৰিলে উপায়ুক্তগৰাকীয়ে । উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ ১১৯৩৯০৮ গৰাকী ভোটাৰ থকা সমষ্টিটোত ৬১৩২৩৬ গৰাকী পুৰুষ ভোটাৰ থকাৰ লগতে মহিলা ভোটাৰ আছে ৫৭৬৩৫৩ গৰাকী । নিৰ্বাচনত মনোনয়ন জমা দিয়াৰ অন্তিম দিন ২৬ মার্চ , মনোনয়ন প্ৰক্ৰিয়া স্কুটিনী ২৭ মার্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৯ মার্চ আৰু ভোটদান ১৮ মার্চ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে উপায়ুক্ত লয়া মাদ্দুৰীয়ে ।

News Silchar শিলচৰ,১১ মার্চ : দেশ আৰু ৰাজ্যৰ অইন অংশৰ সৈতে ২ নং  শিলচৰ লোকসভা আসনত অহা ১৮ এপ্রিল সাধাৰণ নির্বাচন অনুষ্ঠিত হব । শিলচৰ সমষ্টিত ১১৯৩৯০৮ গৰাকী ভোটাৰ আছে। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৬১৩২৩৬ গৰাকী আৰু মহিলা ভোটাৰ ৫৭৬৩৫৩ গৰাকী । নির্বাচনী নির্দেশনা ১৯ মার্চ , মনোনয়ন জমা দিয়াৰ শেষ দিন ২৬ মার্চ , মনোনয়ন প্রক্রিয়া স্কুটিনী ২৭ মার্চ আৰু মনোনয়ন প্রত্যাহাৰৰ শেষ দিন ২৯ মার্চ আৰু ভোটদান ১৮ মার্চ অনুষ্ঠিত হব 
। আজি শিলচৰত অনুষ্ঠিত কৰা এটা সংবাদ মেলত এই কথা জনায় উপায়ুক্ত লয়া মাদ্দুৰীয়ে ।
Footage FTP
Slug Silchar D C CACHAR PC 1/2/4
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.