শিলচৰ, 28 ছেপ্টেম্বৰ : শনিবাৰে বৰাকত উপত্যকাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ শিলচৰৰ সমাজ কল্যাণ বিভাগ আয়োজিত পোষণ মাহ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কাছাৰ জিলা প্ৰশাসনৰ বেটি বচাও বেটি পড়াও কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা । তেওঁৰ নেতৃত্বত অসমত কাম কৰি বহু আনন্দ লাভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী সোনোৱালে । তেওঁ লগতে কয় যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উন্নয়নৰ বাবে তৎপৰতাৰে সকলো কাম চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে অসম সকলো দিশতে দেশৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ব ৷ কয়লা,সাৰ আৰু চুপাৰী চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁৰ চৰকাৰ আৰম্ভণিৰ দিনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাৱ লৈ কাম কৰি আছে আৰু সেই কাৰণে বহু শীৰ্ষ বিষয়া আজি জেলত থাকিব লগা হৈছে ।
বৰাকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - পোষণ মাহ সামৰণি অনুষ্ঠান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা । তেওঁৰ নেতৃত্বত অসমত কাম কৰি বহু আনন্দ লাভ কৰিছো : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
শিলচৰ, 28 ছেপ্টেম্বৰ : শনিবাৰে বৰাকত উপত্যকাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ শিলচৰৰ সমাজ কল্যাণ বিভাগ আয়োজিত পোষণ মাহ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কাছাৰ জিলা প্ৰশাসনৰ বেটি বচাও বেটি পড়াও কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা । তেওঁৰ নেতৃত্বত অসমত কাম কৰি বহু আনন্দ লাভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী সোনোৱালে । তেওঁ লগতে কয় যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উন্নয়নৰ বাবে তৎপৰতাৰে সকলো কাম চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে অসম সকলো দিশতে দেশৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ব ৷ কয়লা,সাৰ আৰু চুপাৰী চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁৰ চৰকাৰ আৰম্ভণিৰ দিনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাৱ লৈ কাম কৰি আছে আৰু সেই কাৰণে বহু শীৰ্ষ বিষয়া আজি জেলত থাকিব লগা হৈছে ।
কয়লা সাৰ সুপাৰী সিণ্ডিকেট লৈ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁৰ চৰকাৰ আৰম্ভণিৰ দিনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাব লৈ কাম কৰি আছে আৰু সেই কাৰণে বহু শীৰ্ষ বিষয়া আজি জেলত থাকিব লগা হৈছে। ----- বাইট
শিলচৰ সফৰত অহা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগতৰ সাক্ষাত্ কৰি তেওঁৰ আশীৰ্বাদ লব বুলি জনাইছে মুখ্যমন্ত্ৰী সোনোৱাল। ----- বাইট
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আজি শিলচৰত সমাজ কল্যাণ বিভাগ আয়োজিত পোষন প্ৰকল্পৰ সামৰণি আৰু কাছাৰ জিলা প্ৰশাসনৰ বেটি বচাও বেটি পড়াও কৰ্মসূচিৰ উদ্বোধন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগবতৰ লগত সাক্ষাত্ কৰিবলৈ শিলচৰ আহিছিল ।Body:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীৰ উচ্চ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা। তেওঁৰ নেতৃত্বত অসমত কাম কৰি বহু আনন্দ লাভ কৰিছে বুলি কলে মুখ্যমন্ত্ৰী সোনোৱালে । তেওঁ পিছত কয়, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উন্নয়নৰ বাবে তৎপৰতাৰে সকলো কাম চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে অসম সকলো দিশতে দেশৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হব। --- বাইট
কয়লা সাৰ সুপাৰী সিণ্ডিকেট লৈ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁৰ চৰকাৰ আৰম্ভণিৰ দিনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাব লৈ কাম কৰি আছে আৰু সেই কাৰণে বহু শীৰ্ষ বিষয়া আজি জেলত থাকিব লগা হৈছে। ----- বাইট
শিলচৰ সফৰত অহা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগতৰ সাক্ষাত্ কৰি তেওঁৰ আশীৰ্বাদ লব বুলি জনাইছে মুখ্যমন্ত্ৰী সোনোৱাল। ----- বাইট
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আজি শিলচৰত সমাজ কল্যাণ বিভাগ আয়োজিত পোষন প্ৰকল্পৰ সামৰণি আৰু কাছাৰ জিলা প্ৰশাসনৰ বেটি বচাও বেটি পড়াও কৰ্মসূচিৰ উদ্বোধন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগবতৰ লগত সাক্ষাত্ কৰিবলৈ শিলচৰ আহিছিল ।Conclusion:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীৰ উচ্চ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা। তেওঁৰ নেতৃত্বত অসমত কাম কৰি বহু আনন্দ লাভ কৰিছে বুলি কলে মুখ্যমন্ত্ৰী সোনোৱালে । তেওঁ পিছত কয়, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উন্নয়নৰ বাবে তৎপৰতাৰে সকলো কাম চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে অসম সকলো দিশতে দেশৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হব। --- বাইট
কয়লা সাৰ সুপাৰী সিণ্ডিকেট লৈ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, তেওঁৰ চৰকাৰ আৰম্ভণিৰ দিনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাব লৈ কাম কৰি আছে আৰু সেই কাৰণে বহু শীৰ্ষ বিষয়া আজি জেলত থাকিব লগা হৈছে। ----- বাইট
শিলচৰ সফৰত অহা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগতৰ সাক্ষাত্ কৰি তেওঁৰ আশীৰ্বাদ লব বুলি জনাইছে মুখ্যমন্ত্ৰী সোনোৱাল। ----- বাইট
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আজি শিলচৰত সমাজ কল্যাণ বিভাগ আয়োজিত পোষন প্ৰকল্পৰ সামৰণি আৰু কাছাৰ জিলা প্ৰশাসনৰ বেটি বচাও বেটি পড়াও কৰ্মসূচিৰ উদ্বোধন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্বভাৰতীয় সভাপতি মোহন ভাগবতৰ লগত সাক্ষাত্ কৰিবলৈ শিলচৰ আহিছিল ।