ETV Bharat / state

"হাইলাকান্দিৰ বিধায়ক দেশদ্ৰোহী" - হাইলাকান্দি

এই মন্তব্য বিজেপি যুৱ মৰ্চাৰ কাছাৰ জিলা কমিটিৰ সভাপতি মনোজ তালুকদাৰৰ। লগতে কাছাৰত হাইলাকান্দিৰ বিধায়কজন প্ৰৱেশত বাধা আৰোপ বিজেপি যুৱ মৰ্চাৰ ।

সংবাদমেল
author img

By

Published : May 1, 2019, 6:52 PM IST

কাছাৰ,১ মেঃ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কাছাৰ জিলা কমিটিৰ সভাপতি মনোজ তালুকদাৰে মন্তব্য কৰে যে, "হাইলাকান্দিৰ বিধায়ক দেশদ্ৰোহী" । লগতে কয় যে, হাইলাকান্দিৰ বিধায়কজনে নষ্ট কৰিছে বিজেপি দলৰ সুনাম।

কাছাৰ জিলাৰ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল

হাইলাকান্দিৰ এ আই ইউ ডি এফ দলৰ বিধায়কজনে প্ৰমাণ অবিহনে বিজেপি কৰ্মীৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ তোলাৰ বাবে আগন্তুক দিনত কাছাৰত প্ৰৱেশ কৰাৰ বাবে বাধা আৰোপ কৰে কাছাৰ জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতিজনে ।

News Silchar 
হাইলাকান্দিৰ বিধায়ক দেশদ্ৰোহী ।সেই কাৰণে কাছাৰত তাক প্ৰৱেশ কৰিবলৈ  মানা ।
AIUDF ৰ হাইলাকান্দিৰ বিধায়কক কাছাৰত প্ৰৱেশ কৰাৰ কাৰণে নএন্টি লগালে বিজেপিৰ যুৱ মোৰচাযে । আজি এক সাংবাদীক সম্মেলন কৰি কাছাৰ জেলাকমিটিৰ সভাপতিৰ মনোজ তালুকদাৰ । তেওঁ কয় হাইলাকান্দিৰ বিধায়কে বিজেপিৰ সুনাম নষ্ট কৰিয়াছে। কোনো উপযুক্ত প্ৰমাণ ছাড়া বিভিন্ন ভাবে দলৰ কৰ্মী,লগতে মুখ্যমন্ত্ৰীৰ নামত ৰাইজক ভুল বুঝাবাৰ চেষ্টা কৰিছে ।সেই কাৰণে অগমী দিনত কাছাৰত প্ৰৱেশ কৰিবলৈ নিষেধ কৰিলে।
Footage ftp
Slug  Silchar B J P JUBO MURCHA1/ 23/4
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.