ETV Bharat / state

শিলচৰত ভয়াৱহ পৰিস্থিতি , প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা

author img

By

Published : Oct 31, 2019, 6:54 PM IST

শিলচৰত বুধবাৰে সংঘটিত হোৱা ট্ৰাক দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰেও অব্যাহত আছে উত্তপ্ত পৰিস্থিতি ৷ ক্ৰমে হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদকাৰীয়ে ৷ প্ৰায়সমূহ পথ অৱৰোধ কৰিলে অৱৰোধকাৰীয়ে ৷

পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে শিলচৰত

শিলচৰ , 31 অক্টোবৰঃ শিলচৰত বুধবাৰে সংঘটিত হোৱা ট্ৰাক দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰেও অব্যাহত আছে উত্তপ্ত পৰিস্থিতি ৷ পূৰ্বতকৈ অধিক অৱনতি ঘটিছে পৰিস্থিতিৰ ৷ অৱৰোধকাৰী সকলে বহু বাহন ভাঙি চুৰমাৰ কৰাৰ লগতে আক্ৰমন কৰিবলৈ আৰম্ভ কৰিছে ব্যৱসায় প্ৰতিষ্ঠানটো ৷ একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছে পথচাৰী তথা চালকক ৷ শিলচৰৰ ৰাংগিৰখাৰী, হাস্পাতালৰোড সহ কেবাটাও পথ বৰ্তমান স্থানীয় উদণ্ড যুৱকে দখল কৰি ৰাখিছে ৷ চহৰখনৰ হাস্পাতাল ৰোডত এখন এএচটিচি বাছ আৰু শিলচৰ পৌৰসভাৰ জাৱৰ পেলোৱা এখন গাড়ী ভাঙি চুৰমাৰ কৰিছে অৱৰোধকাৰীসকলে ৷ চহৰৰ ৰাঙিৰখাড়ি পইন্টত কেবাখনো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰ ফলত অতি ব্যস্ত শিলচৰৰ আইজল ৰোড আৰু শিলচৰ পলিটেকনিক, শিলচৰ মেডিকেল কলেজ, NIT, অসম বিশ্ববিদ্যালয় সংযোগকাৰী শিলচৰ-হাইলাকান্দি পথ স্তব্ধ হৈ পৰিছে । ইপিনে এখন অটো ৰিক্সা জ্বলাই ক্ষুব্ধ ৰাইজে আৱদ্ধ কৰি তোলে শিলচৰ হাইলাকান্দি ৰোড ৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ বাবে বৃহস্পতিবাৰে বিয়লি প্ৰশাসনে 144 ধাৰা ঘোষণা কৰে চহৰখনত ৷

পৰিস্থিতিৰ অৱনতি ঘটিছে শিলচৰত

উল্লেখযোগ্য যে , সোমবাৰে মিজোৰামৰ পৰা অসম অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে প্ৰথমে সোনাইত দুৰ্ঘটনা সংঘটিত কৰিছিল ৷ তাৰ পাছতেই ট্ৰাকখনে শিলচৰৰ ৰাঙিৰখাড়িত প্ৰৱেশ কৰি মেহেৰপুৰৰ বীৰবল বজাৰত কালীপূজাৰ বিসৰ্জনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই ৷ এই দুৰ্ঘটনাত দুগৰাকী কিশোৰী নিহত হোৱাৰ বিপৰীতে 16 জন আহত হৈছিল ৷ ইয়াৰ পাছতেই উত্তজিত ৰাইজে জ্বলাই দিছিল ট্ৰাকখনক ৷ নিশা 9:30 বজাৰ আগতেই এখন ট্ৰাকে চহৰৰ মাজৰ প্ৰৱেশ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰাক লৈ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে স্থানীয় লোকে আৰম্ভ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহস্পতিবাৰলৈকে অব্যাহত থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বৰ্তমান চহৰখনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰ্তমানলৈকে আৰক্ষীয়ে হিংসাত্মক কাৰ্যত জড়িত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷

পৰিস্থিতিৰ অৱনতি ঘটিছে শিলচৰত

লগতে পঢ়কঃ শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

Intro:Big breaking

শিলচৰত পৰিস্হিতি অধিক অৱনতি ৷ একাংশ অৱৰোধকাৰীয়ে কেবাখনো বাহন ভাঙি চুৰমাৰ কৰে ৷ ব্যৱসায়া প্ৰতিষ্ঠানতো আক্ৰমণ ৷ পথচাৰী বাহনৰ চালকক নিৰ্ম প্ৰহাৰ ৷ সকলো দোকান বন্ধ কৰি দিয়ে একাংশ উদণ্ড যুৱকে ৷
শিলচৰৰ ৰাংগিৰখাৰী, হস্পিতালৰোড সহ কেবাটাও পথ উদ্ণ্ড যুবকৰ দখলত ৷ হাচপাতাল ৰোডত এএচটিচি বাছ এখন আৰু শিলচৰ পুৰসভাৰ জাবৰ পেলোৱা গাড়ী ভাংচোর কৰিছে অবৰোধৰ সমৰ্থক সকলে ৷ চহৰৰ বিভিন্ন ঠাইত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে এদল উদণ্ড যুবকে। পিচত আৰক্ষীয়ে দুইজন লৰা আটক কৰিবলৈ সক্ষম হয় ৷Body:Big breaking

শিলচৰত পৰিস্হিতি অধিক অৱনতি ৷ একাংশ অৱৰোধকাৰীয়ে কেবাখনো বাহন ভাঙি চুৰমাৰ কৰে ৷ ব্যৱসায়া প্ৰতিষ্ঠানতো আক্ৰমণ ৷ পথচাৰী বাহনৰ চালকক নিৰ্ম প্ৰহাৰ ৷ সকলো দোকান বন্ধ কৰি দিয়ে একাংশ উদণ্ড যুৱকে ৷
শিলচৰৰ ৰাংগিৰখাৰী, হস্পিতালৰোড সহ কেবাটাও পথ উদ্ণ্ড যুবকৰ দখলত ৷ হাচপাতাল ৰোডত এএচটিচি বাছ এখন আৰু শিলচৰ পুৰসভাৰ জাবৰ পেলোৱা গাড়ী ভাংচোর কৰিছে অবৰোধৰ সমৰ্থক সকলে ৷ চহৰৰ বিভিন্ন ঠাইত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে এদল উদণ্ড যুবকে। পিচত আৰক্ষীয়ে দুইজন লৰা আটক কৰিবলৈ সক্ষম হয় ৷Conclusion:Big breaking

শিলচৰত পৰিস্হিতি অধিক অৱনতি ৷ একাংশ অৱৰোধকাৰীয়ে কেবাখনো বাহন ভাঙি চুৰমাৰ কৰে ৷ ব্যৱসায়া প্ৰতিষ্ঠানতো আক্ৰমণ ৷ পথচাৰী বাহনৰ চালকক নিৰ্ম প্ৰহাৰ ৷ সকলো দোকান বন্ধ কৰি দিয়ে একাংশ উদণ্ড যুৱকে ৷
শিলচৰৰ ৰাংগিৰখাৰী, হস্পিতালৰোড সহ কেবাটাও পথ উদ্ণ্ড যুবকৰ দখলত ৷ হাচপাতাল ৰোডত এএচটিচি বাছ এখন আৰু শিলচৰ পুৰসভাৰ জাবৰ পেলোৱা গাড়ী ভাংচোর কৰিছে অবৰোধৰ সমৰ্থক সকলে ৷ চহৰৰ বিভিন্ন ঠাইত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে এদল উদণ্ড যুবকে। পিচত আৰক্ষীয়ে দুইজন লৰা আটক কৰিবলৈ সক্ষম হয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.