- ৰোজকান্দি চাহ বাগিছাৰ মেনেজাৰৰ বিৰুদ্ধে বিক্ষোভ অব্যাহত চাহ শ্ৰমিকৰ ৷
- বিষম পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৷
- এই সময়ছোৱাত কোনোধৰণৰ মেল-মিটিঙ আৰু প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব শ্ৰমিকসকলে ৷
- ৰোজকান্দি বাগিছাৰ মেনেজাৰ ইশ্বৰ ভাই ৱাদিয়াৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে বিগত পাঁচদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে শ্ৰমিকে ৷
- চাহ বাগিছাখনত হৈ থকা প্ৰতিবাদৰ বুজ ল'বলৈ বৰ্তমানেও উপস্থিত হোৱা নাই কোনো চৰকাৰী বিষয়া তথা মন্ত্ৰী-আমোলা ৷ ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ : প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা
ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ: প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা - roushkandi
পঞ্চম দিনাও ৰোজকান্দি চাহ বাগিছাত অব্যাহত অচলাৱস্থা
![ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ: প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3561781-thumbnail-3x2-rousekandi.jpg?imwidth=3840)
ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ : প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা
- ৰোজকান্দি চাহ বাগিছাৰ মেনেজাৰৰ বিৰুদ্ধে বিক্ষোভ অব্যাহত চাহ শ্ৰমিকৰ ৷
- বিষম পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৷
- এই সময়ছোৱাত কোনোধৰণৰ মেল-মিটিঙ আৰু প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব শ্ৰমিকসকলে ৷
- ৰোজকান্দি বাগিছাৰ মেনেজাৰ ইশ্বৰ ভাই ৱাদিয়াৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে বিগত পাঁচদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে শ্ৰমিকে ৷
- চাহ বাগিছাখনত হৈ থকা প্ৰতিবাদৰ বুজ ল'বলৈ বৰ্তমানেও উপস্থিত হোৱা নাই কোনো চৰকাৰী বিষয়া তথা মন্ত্ৰী-আমোলা ৷ ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ : প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা
News Silchar
আজি পঞ্চম দিনত কাছাৰৰ ৰোজকান্দি চাহ বাগিছাৰ অচলাৱস্থা অব্যাহত । বাগিছা কর্তৃপক্ষৰ বিৰুদ্ধে ৰোজকান্দি চাহ বাগিছাত আজিও শ্ৰমিক বিক্ষোভ অব্যাহত আছিল । আজি আকৌ মেসিপুৰ আৰু ৰোজকান্দি চাহ বাগিছাৰ প্রায় পাঁচ হাজাৰ শ্রমিকৰ এখন সমাবেশ আয়োজিত হয়। বাগিছা কর্তৃপক্ষ বিশেষকৈ চাহ বাগিছাৰ ম্যানেজাৰ ঈশ্বর ভাই ওৱাদিয়াৰ বিৰুদ্ধত মুহুর্মুহু শ্লগানে মুখৰিত কৰি তোলে এলাকা। তেওলোকৰ দাবি ওৱাদিয়া ৰোজকান্দি চাহ বাগান ত্যাগ কৰিব লাগিব নহলে এই আন্দোলন চলি থাকিব। ওৱাদিয়া থাকিলে বাগিছা নুখুলিবো। তেওঁ আজি প্ৰশাসনৰ লগত এখন বৈঠকত মিলিত হৈ তিনিদিনৰ ভিতৰত বাগিছা কৰ্তৃপক্ষ, প্ৰশাসন আৰু আন্দোলনকাৰী সকলো মিলি আলোচনা কৰি এটা সমাধান কৰাৰ প্ৰস্তাৱত ৰাখি হৈছে । শ্রমিক সকলোৰ বক্তব্য, বাগান ম্যানেজাৰ ওৱাদিয়াৰ স্বৈৰতন্ত্র মনোভাবৰ বাবে গোটা এলাকাৰ তিনটি বাগিছাৰ শ্রমিক ও সাধাৰণ মানুহৰ দুর্ভোগৰ শেষ নাই। বাগান কর্তৃপক্ষ আৰু বাগিছা ম্যানেজাৰ ওৱাদিয়াৰ বিৰুদ্ধত আহূত এই সভাত তেওঁ তীব্র ক্ষোভত ফাটি পড়ে। তেও ওৱাদিয়াৰ বিৰুদ্ধত তীব্র ক্ষোভ ব্যক্ত কৰি তেওঁৰ স্বৈৰতন্ত্র মনোভাব তুলি ধৰে। বাইট ----
এইপিনে কোনো বাগিছাৰ বাহিৰৰ লোকৰ লগত ওৱাদিয়া কোনো বৈঠকত নবহে বুলি জনাইছে, বাইট---'
Footage FTP
Slug ROUSH KANDI UPDATE
Last Updated : Jun 18, 2019, 10:56 AM IST