ETV Bharat / state

শিলচৰ চহৰত বাহনৰ খুন্দাত আহত তিনি পথচাৰী

author img

By

Published : Feb 19, 2021, 3:53 PM IST

শিলচৰ চহৰৰ ৰাঙিৰখাৰিত শুকুৰবাৰে এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা বিৱৰণ অনুসৰি চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুৰ্তৰভাৱে আহত হয় মহিলা সহ তিনি পথচাৰী ৷

ROAD ACCIDENT AT SILCHAR
শিলচৰ চহৰত বাহনৰ খুন্দাত আহত তিনি পথচাৰী

শিলচৰ, 19 ফেব্ৰুৱাৰী : শিলচৰ চহৰৰ ৰাঙিৰখাৰিত শুকুৰবাৰে এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা বিৱৰণ অনুসৰি চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুৰ্তৰভাৱে আহত হয় মহিলা সহ তিনি পথচাৰী ৷ আহত লোক কেইজনক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

জানিব পৰা মতে পুৱা শিলচৰ চহৰৰ মাজমজিয়া ৰাঙিৰখাৰিত তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই তিনি পথচাৰীক আহি খুন্দা মাৰে ৷ ফলত গুৰুতৰ ভাৱে আহত হয় তিনিজন পথচাৰী ৷ ইয়াৰ পিচতে স্থানীয় লোক সকলে আহত কেইজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ ভৰ্তি কৰে ৷

আহত কেইজনৰ নাম ক্ৰমে- ৰুপেন্দ্ৰ দাস, ৰানিবালা দাস আৰু ৰাজেন দাস ৷ বৰ্তমান ৰানিবালা দাস আৰু ৰাজেন দাসৰ অৱস্থা সংকট জনক বুলি চিকিৎসকে জানিবলৈ দিছে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হল AS-11U-0367 ৷

লগতে পঢ়ক: মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.