ETV Bharat / state

ঢলাইত উন্নয়নৰ পৰা বঞ্চিত ৰিয়াং জনগোষ্ঠী

author img

By

Published : Dec 5, 2020, 3:17 PM IST

চৰকাৰৰ অমনোযোগিতা অথবা স্থানীয় নেতা-পালিনেতাৰ প্ৰৱঞ্চনা আদি বিভিন্ন কাৰণত বঞ্চিত হৈ ৰৈছে ৰাজ্যৰ বহু অঞ্চল ৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ পূৱ ধলাই দৰমিখাল ৰিয়াং পুঞ্জিতো চৰকাৰী সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷

riang punji
riang punji

শিলচৰ, 5 ডিচেম্বৰ : চৰকাৰে যিমানেই উন্নয়নৰ কথা নকওক কিয় ৰাজ্যৰ বহু অঞ্চলত কিন্তু বৰ্তমানেও উন্নয়ন সম্ভৱ হৈ উঠা নাই ৷ চৰকাৰৰ অমনোযোগিতা অথবা স্থানীয় নেতা-পালিনেতাৰ প্ৰৱঞ্চনা আদি বিভিন্ন কাৰণত বঞ্চিত হৈ ৰৈছে ৰাইজ ৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ পূৱ ধলাই দৰমিখাল ৰিয়াং পুঞ্জিতো চৰকাৰী সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৰিয়াং সম্প্রদায়ৰ লোকসকল ৷

ঢলাইত উন্নয়নৰ পৰা বঞ্চিত ৰিয়াং জনগোষ্ঠী

ৰাস্তা-ঘাট, বিদ্যুৎ সেৱা, বিশুদ্ধ খোৱা পানী আদি সকলো সুবিধাৰ পৰাই লোক সকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি পৰ্যন্ত কোনো মন্ত্ৰী-বিধায়কে গৈ এই লোক সকলৰ খবৰ নোলোৱা বুলিও ক্ষক্ষোভ প্ৰকাশ কৰিছে লোক সকলে ৷ দীৰ্ঘদিন ধৰি নানা সমস্যাৰ মাজেৰে দিন পাৰ কৰি আহিছে এই লোক সকলে ৷

লগতে পঢ়ক : ২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.