ETV Bharat / state

সামাজিক দূৰত্ব বজায় চাৰিজন চলা-ফুৰা কৰিব পাৰিব এইখন বাহনত - E rickshaw

সামাজিক দূৰত্ব বজায় ৰাখি কেনেকৈ গাড়ীত চলাচল কৰিব তাৰ এক উপায় বাহিৰ কৰিছে শিলচৰস্থিত NITৰ তিনিজন প্ৰফেছৰ আৰু লগতে এজন সহায়কে ।

silchar NIT
silchar NIT
author img

By

Published : Jun 7, 2020, 4:22 AM IST

শিলচৰ, 6 জুন : ই-ৰিক্সাক অলপ পৰিৱৰ্তন কৰি চাৰিজন যাত্ৰী একেলগে বহি সামাজিক দূৰত্ব মানি যাত্ৰা কৰিবলৈ সক্ষম হ'ব যাত্রীসকল । এই আশা কঢ়িয়াই আনিছে শিলচৰ NIT-ৰ তিনিজন অধ্যাপক আৰু এজন সহায়কে ৷ তেওঁলোকে প্ৰস্তুত কৰিছে এই বিশেষ বাহনখন যাৰ দ্বাৰা একেসময়তে এখন বাহনত চাৰিজন মানুহে সামাজিক দূৰত্ব বজায় ৰাখি চলা ফুৰা কৰিব পাৰিব ৷ প্ৰায় ছয় হাজাৰ টকা খৰ কৰি এখন ই-ৰিক্সাক এই বিশেষ বাহনখনলৈ পৰিণত কৰিছে তেওঁলোকে ৷

শিলচৰ NIT-ৰ অধ্যাপকৰ উদ্ভাৱন

বৰ্তমান কৰ'ণা মহামাৰীৰ সময়ত এইধৰণৰ পদক্ষেপ প্ৰত্যক্ষ কৰিছে বিভিন্ন বিভাগৰ কৰ্মকর্তা সকলৰ । এই বিশেষ বাহনখন নিৰ্মাণৰ আঁৰৰ ব্যক্তিকেইগৰাকী হৈছে ডঃ সুজিৎ নাথ, ডঃ সুমিত ভৌমিক, ডঃ এছ আৰ মৈত্ৰী আৰু সহায়ক মানিক ৰাজবংশী ৷ সকলোৱে আশা ব্যক্ত কৰিছে এনেকুৱা পদক্ষেপ কৰ'ণা ৰুধিবলৈ যথেষ্ট কামত আহিব।

লগতে পঢ়ক : অত্যাধুনিক কৰা হ’ব নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ঃ স্বাস্থ্য মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.