ETV Bharat / state

Siddharth Shankar Nath Suspended: কাছাৰ কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন - নিলম্বিত হ’ল কাছাৰ কলেজৰ অধ্যক্ষ

চাকৰিৰ পৰা নিলম্বিত হ’ল কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথ ৷ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় অধ্যক্ষগৰাকীক (Principal of Cachar College suspended for alligation irregularities) ৷

Principal of Cachar College suspended for alligation irregularities
কাছাৰ কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
author img

By

Published : Nov 3, 2022, 12:54 PM IST

  • চাকৰিৰ পৰা নিলম্বিত হ’ল কাছাৰ কলেজৰ অধ্যক্ষ (Suspended Principal of Cachar College)
  • নিলম্বিত অধ্যক্ষজনৰ নাম সিদ্ধাৰ্থ শংকৰ নাথ
  • চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ অধ্যক্ষগৰাকী বিৰুদ্ধে (Principal of Cachar College suspended for alligation irregularities)
  • এই অভিযোগতে কাছাৰ আৰক্ষীয়ে আটক কৰিছিল অধ্যক্ষগৰাকীক
  • তাৰ পাচতে কর্তব্যত গাফিলতিৰ অভিযোগত উচ্চ শিক্ষা বিভাগেও ঘোষণা কৰিছিল তদন্ত
  • দীর্ঘ বিৰতিৰ পিছত উচ্চ শিক্ষা সঞ্চালকে ঘটনাৰ সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰে তদন্তৰ
    Principal of Cachar College suspended for alligation irregularities
    কাছাৰ কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
  • লগতে সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল অধ্যক্ষগৰাকীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.