ETV Bharat / state

শিলচৰত আঞ্চলিক গণ মঞ্চক পূৰ্ণ সমৰ্থন জনালে কোনে?

author img

By

Published : Jun 21, 2020, 10:47 PM IST

অসম খিলঞ্জীয়া জনসুৰক্ষা কাছাৰ কমিটিয়ে আগন্তুক 2021 চনৰ বিধান সভা নিৰ্বাচনত আঞ্চলিক গণ মঞ্চক পূৰ্ণ সহাৰি তথা সমৰ্থন আবঢ়াব ৷ এক সংবাদ মেল সম্বোধন কৰি জনসুৰক্ষা কাছাৰ কমিটিৰ সদস্য সকলে উল্লেখ কৰে এই কথা ৷

pressmeet held By Jana Surksha Committee At Silchar
শিলচৰত আঞ্চলিক গণ মঞ্চক পূৰ্ণ সমৰ্থন জনালে কোনে?

শিলচৰ, 21 জুনঃ আঞ্চলিক গণ মঞ্চলৈ পূৰ্ণ সমৰ্থন জনালে অসম খিলঞ্জীয়া জনসুৰক্ষা কাছাৰ কমিটিৰ সদস্য সকলে ৷ শিলচৰত এক সংবাদে সম্বোধন কৰি সদস্য সকলে সদৰি কৰিলে এই কথা ৷

ৰাজ্য সভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আঞ্চলিক গণ মঞ্চ নামৰ অসমত যি নতুন ৰাজনৈতিক দল গঠন কৰা হৈছে তাক সম্পূৰ্ণ সমৰ্থন জনাইছে অসম খিলঞ্জীয়া জনসুৰক্ষা কাছাৰ কমিটিয়ে ৷ দেওবাৰে শিলচৰত এখন সংবাদ মেল সম্বোধন কৰি এই কথা জনালে কমিটিৰ সদস্য সকলে ৷ তেওঁ লোকে কয় যে, অসমত বিজেপিক ৰোধ কৰিবলৈ হলে এনেকুৱা এটা আঞ্চলিক দলৰ প্ৰয়োজন আছে ৷ লগতে অসমৰ খিলঞ্জীয়া সকলৰ অস্তিত্ব ৰক্ষাৰ বাবে এনেকুৱা এটা দলৰ প্ৰয়োজন আছিলে অসমত ৷ তেওঁ লোকে কয় যে, এই নতুন ৰাজনৈতিক দলটো তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ লগতে আগন্তুক 2021 চনৰ বিধান সভা নিৰ্বাচনত আঞ্চলিক গণ মঞ্চক পূৰ্ণ সহাৰি তথা সমৰ্থন আবঢ়াব বুলি উল্লেখ কৰে দলটোৰ সদস্য সকলে ৷

লগতে পঢ়ক- আগন্তুক বিটিচি নিৰ্বাচনত কংগ্ৰেছে গঠন কৰিব চৰকাৰঃ আব্দুৰ ৰহিম খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.