ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ বাবে শিলচৰত উপস্থিত প্ৰদ্যুৎ বৰদলৈ - গৌতম ৰায় আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা

ৰাতাবাৰী উপ-নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শিলচৰত উপস্থিত হ'ল প্ৰাক্তন মন্ত্ৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শিলচৰত উপস্থিত হোৱাৰ সময়তে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজনীতি সম্পৰ্কে বিভিন্ন মন্তব্য কৰিলে বৰদলৈয়ে ৷

প্ৰদ্যুত বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ
author img

By

Published : Oct 12, 2019, 4:39 PM IST

Updated : Oct 12, 2019, 8:37 PM IST

শিলচৰ, 12 অক্টোবৰ : ৰাতাবাৰী উপ-নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শিলচৰত উপস্থিত হ'ল প্ৰাক্তন মন্ত্ৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শিলচৰত উপস্থিত হোৱাৰ সময়তে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজনীতি সম্পৰ্কে বিভিন্ন মন্তব্য কৰিলে বৰদলৈয়ে ৷ উপ-নিৰ্বাচনক লৈ আশাবাদী বৰদলৈয়ে সাক্ষাৎকাৰত কয় যে, নিৰ্বাচনৰ পাচত অসমৰ ৰাজনৈতিক পথ প্ৰদৰ্শক হ'ব কংগ্ৰেছ । নিৰ্বাচন আহিলেই বিজেপিয়ে সৃষ্টি কৰা সাম্প্ৰদায়িকতাৰ প্ৰভাৱ দেশৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰে প্ৰদ্যুত বৰদলৈয়ে ৷

শিলচৰত উপস্থিত প্ৰদ্যুত বৰদলৈ
প্ৰদ্যুত বৰদলৈ

কংগ্ৰেছৰ যিমান দুৰ্নীতিগ্ৰস্ত নেতা আছিল সকলোৱে বিজেপিত যোগদান কৰিলে বুলি কোৱাৰ লগতে গৌতম ৰায় আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে বৰদলৈয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সহযোগত কয়লা ছিণ্ডিকেটৰ লগতে অন্যান্য দুৰ্নীতি চলি আহিছে বুলিও মন্তব্য কৰে বৰদলৈয়ে ৷

Intro:ৰাতাবাৰী উপনিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল প্ৰক্তন মন্ত্ৰী তথা সংসদ প্ৰদ্যুত বৰদলৈ। ৰাতি শিলচৰত কটালে তেওঁ। তেওঁ etv bharat ৰ লগতে একান্ত সাক্ষাৎকাৰত কলে ৰাজনীতি লৈ বিভিন্ন কথা।Body:প্ৰাক্তন মন্ত্ৰী তথা সংসদ প্ৰদ্যুত বৰদলৈ আশা বাদী এই নিৰ্বাচনৰ পিছত অসমৰ ৰাজনৈতিক পথ প্ৰদৰ্শন কৰিব কংগ্ৰেছ। কিন্ত নির্বাচন আহিলেই বিজেপিৰ সম্প্ৰদায়িকতা টু দেশৰ কাৰণে ক্ষতি কৰক ।সেই তেওঁলোকে না চায় । তেওঁ বিজেপিক সমালোচনা কৰিকয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে দুৰ্নীতি। কংগ্ৰেছৰ যিমান দুৰ্নীতি গ্ৰস্ত নেতা আছিলে তেওঁলোকে এতিয়া বিজেপিত গলে । নিজৰে ৰক্ষা কৰাৰ কাৰণে বিজেপিত গৈছে ।গৌতম ৰায় আৰু হেমন্তক সমালোচনা কৰে তেওঁ।তেওঁ আৰু কয় বিজেপিৰ পতন অনিবাৰ্য কাৰণ ৰাইজে গম পাইছে বৰাক বৰ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথাটো মহা ধাপ্পা । কাৰণ কয়লা চুপাৰি ছাৰ গোটেই বিলাকত ছিণ্ডিগেট ৰাজ চলিছে ।মুখ্যমন্ত্ৰীৰ সহযোগত।Conclusion:তেওঁ আশাবাদী এই উপনিৰ্বাচনৰ পিছত অসমত ৰাজনৈতিক পৰিৱৰ্তন হব।
ExCLUSIVE
Last Updated : Oct 12, 2019, 8:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.