ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ফাকুৱা উদযাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে

author img

By

Published : Mar 29, 2021, 8:38 PM IST

শিলচৰত ফাকুৱা উদযাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে শিলচৰত উপস্থিত হয় জিতেন্দ্ৰ সিং আৰু সাংসদ গৌৰৱ গগৈ ৷

MP Gaurav Gogoi celebrated Holi_ASC10043
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ফাকুৱা উদযাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে

শিলচৰ, 27 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ লগতে শিলচৰত ফাকুৱা উদযাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে শিলচৰত উপস্থিত হয় জিতেন্দ্ৰ সিং আৰু সাংসদ গৌৰৱ গগৈ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে দলীয় কৰ্মী সকলৰ লগত ফাকুৱা উদযাপন কৰা দেখা গ'ল সাংসদ গৌৰৱ গগৈক ৷

পুৱাই সাংসদ গৰাকীয়ে শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিকৰ বাসগৃহত উপস্থিত হৈ ফাকুৱা উদযাপন কৰে ৷ ইয়াৰ পাচত শিলচৰৰ বিভিন্ন স্থানত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলায় ৷ উল্লেখ য়ে, সাংসদ গৌৰৱ গগৈয়ে শিলচৰৰ প্ৰাৰ্থী তমালকান্তি বণিক লগতে বৰখলাৰ প্ৰাৰ্থী মিছবাহুল ইছলামৰ হৈ প্ৰচাৰ চলায় ৷

জিতেন্দ্ৰ সিঙৰ মন্তব্য

ইফালে, দলীয় কাৰ্যসূচী লৈ শিলচৰ আহি উপস্থিত হৈ জিতেন্দ্ৰ সিং ৷ হেলিকপ্টাৰ যোগে শিলচৰত উপস্থিত হোৱাৰ পাচতে উধাৰবন্ধৰ ঐতিহ্যমণ্ডিত মা কাচাঁকান্দি মন্দিৰ পৰিদৰ্শন কৰে ৷ জিতেন্দ্ৰ সিঙক সংগ দিয়ে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী অজিত সিঙে ৷ জিতেন্দ্ৰ সিঙে শিলচৰ কাছাৰ ক্লাৱত দলীয় এখন সভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.