ETV Bharat / state

আগৰতলাত সন্ধান অসমৰ মহিলাসহ যুৱতী

আগৰতলাত সন্ধানহীন হৈ থকা অসমৰ মহিলাসহ যুৱতী উদ্ধাৰ ৷ আগৰতলাৰ পৰা বৰখলা আৰক্ষীয়ে উদ্ধাৰ কৰে শান্তি মালাকাৰ আৰু শষ্টী দাস নামৰ মহিলা আৰু কিশোৰীগৰাকীক ৷

author img

By

Published : Sep 9, 2019, 8:45 AM IST

আগৰতলাত সন্ধান অসমৰ মহিলাসহ যুৱতীৰ

কাছাৰ, 9 ছেপ্তেম্বৰঃ আগৰতলাত সন্ধানহীন হৈ থকা অসমৰ মহিলাসহ যুৱতী উদ্ধাৰ ৷ 30 আগষ্টৰ দিনাৰ পৰাই কাছাৰৰ বৰখলাৰ ডলুঘাটৰ পৰা নিখোজ হৈ আছিল দুয়োগৰাকী মহিলা ৷ শনিবাৰ ৰাতি আগৰতলাৰ গোপন স্থানৰ পৰা বৰখলা আৰক্ষীয়ে উদ্ধাৰ কৰে শান্তি মালাকাৰ আৰু শষ্টী দাস নামৰ মহিলা আৰু কিশোৰীগৰাকীক ৷ উল্লেখ্য যে বিবেকানন্দ দেৱ পুৰকায়স্থ নামৰ লোকজনৰ ভাড়াঘৰৰ পৰাই নিখোজ হৈছিল মহিলা দুগৰাকী ৷ ঘটনা সন্দৰ্ভত বিবেকানন্দ দেৱ পুৰকায়স্থই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ৷

Intro:Body:কাছাৰৰ বৰখলা সমষ্টিৰ ডলুঘাটৰ পৰা একেলগে নিখোঁজ যুৱতী সহ মহিলা আগৰতলাত উদ্ধাৰ ৷ শনিবাৰ ৰাতি আগৰতলাৰ গোপন স্থানৰ পৰা বৰখলা আৰক্ষী উদ্ধাৰ কৰে বৰখলাত লৈ আহে ৷সোমবাৰ আৰক্ষী তেওঁলোকক আদালতত প্ৰেৰণ কৰিব ৷ ৩০ আগষ্টৰ আবেলি ৩ বজাত শান্তি মালাকাৰ আৰু শষ্টী দাস নামৰ মহিলা আৰু কিশোৰীগৰাকীয়ে বিবেকানন্দ দেৱ পুৰকায়স্থ নামৰ লোকজনৰ ঘৰৰ পৰা নিখোজ হয় ৷ উল্লেখ্য যে দুইগৰাকীয়ে লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ৷ ঘটনা সন্দৰ্ভত বিবেকানন্দ দেৱ পুৰকায়স্থই আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এই পৰ্যন্ত দুয়োগৰাকীৰে কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.