ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীত বিষ! - কাছাৰ

দুধপাতিল আফৰ বস্তীত কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা যোগান ধৰা পানীত ৷ তাকে লৈ দুধপাতিল আফৰ বস্তিত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ কথমপি প্ৰাণ ৰক্ষা তিনিখন গাঁৱৰ ৰাইজৰ ৷

দুধপাতিলত ক'লা পানী
author img

By

Published : Apr 23, 2019, 6:11 PM IST

শিলচৰ, 23 এপ্ৰিল : কাছাৰৰ বৰখোলা এলেকাৰ দুধপাতিল আফৰ বস্তিত নিশা কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা যোগান ধৰা পানীত ৷ ঘটনাকলৈ দুধপাতিল আফৰবস্তীত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মী জেচিম উদ্দীনৰ তৎপৰতাত প্ৰাণ ৰক্ষা তিনি হাজাৰ গাঁওবাসীৰ ।

দুধপাতিলত ক'লা পানী

মঙলবাৰে পুৱাই পানী দিবৰ কাৰণে যেতিয়া জেচিম উদ্দীন পানীৰ ৰং ক'লা হৈ পৰা, বেয়া গোন্ধ ওলোৱাৰ লগতে 4 টা খালী বটল পৰি থকা দেখিবলৈ পোৱাত তেওঁ স্থানীয় ৰাইজক খৱৰ দিয়ে ৷ পাচত স্থানীয় ৰাইজৰ উপস্থিত হৈ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সম্পৰ্কত তদন্ত কৰে যদিও এতিয়াও এগৰাকী অপৰাধী আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

News Silchar 
দুধপাতিল আফৰ বস্তী khoril   par watter supply plant ত  দুষ্কৃতি কাৰীয়ে বিষ দি দিয়ে  কালি ৰাতি ।ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা । পুলিচ প্ৰশাসনিক উচ্চ অধিকাৰীক ঘটনা স্থলীতে।
V.o.1 কাছাৰৰ বৰখোলা এলেকাৰ দুধপাতিলৰ আফৰ বস্তীৰৰ পানীও জল প্ৰকল্পত কালীৰাতি দুষ্কৃতি কৰিয়ে চাৰি বতল  ঠাইদিন মিক্স কৰিদিয়ে ।অনুমান কৰাহৈচে যে গ্ৰামোৰ মানুহৰ অসুবিধা সৃষ্টিৰ কাৰণে এনেকুৱা কাম কৰিছিল কোনোবাই।
কিন্তু P H E ৰ কৰ্ম্মী জসিম উদ্দীনৰ বুদ্ধিৰ কাৰণে প্ৰাণ ৰখাপায় প্ৰায় তিনি হাজাৰ গ্ৰাম বাসীৰ। কাৰণ এই P H E ৰ পৰা তিনিটা গ্ৰামত পানী যোগান দিয়া হয় ।সকলৰ সময় জেচিম আহি যেতিয়া পানী দিবৰ কাৰণে তৈৰি হয় তেতিয়া দেখে P H E ৰ পানীৰ ৰং ব্লেক লগতে এটা বেয়া গোন্ধ । কিনাৰত ঠাইদিনৰ 4 টা খালি বটল পৰি আছে। 
তাৰপিছত তেওঁ স্থানীয় ৰাইজক খবৰ দিয়ে ।
এতিয়াও অপৰাধী ধৰিব পৰা নাই আৰক্ষীৰ তদন্ত কৰিয়াছে ।
Footage FTP 
Slug Silchar Dudhpatil
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.