ETV Bharat / state

শিলচৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ - mid day meal worker protest

মঙলবাৰে শতাধিক মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাই শিলচৰ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত শ্বিলংপট্টি পথ অৱৰোধ কৰে ৷ চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজণ কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰতে এক অচলাৱস্থাৰ সৃষ্টি হয় ৷

শিলচৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Oct 29, 2019, 11:40 PM IST

শিলচৰ, 29 অক্টোবৰঃ মধ্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে বিগত কেইবাদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ অংশ স্বৰূপে আজি কেইবাশ মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকাই শিলচৰ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত শ্বিলংপট্টি পথ অৱৰোধ কৰে ৷ চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰতে এক অচলাৱস্থাৰ সৃষ্টি হয় ৷ প্ৰতিবাদকাৰীসকলে অৱৰোধস্থলীৰ পৰা এক সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত সন্মূখত গৈ বিক্ষোভ প্ৰদৰ্শন কৰে ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

আনহাতে প্ৰতিবাদকৰী সকলে বেচৰকাৰী সংস্থাক মধ্যাহ্নভোজনৰ কামকাজৰ দায়িত্ব প্ৰদান নকৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, নিয়মীয়া কৈ দৰমহা প্ৰদান আৰু চৰকাৰী কৰ্মচাৰী সকলৰ দৰে সা-সুবিধা প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷

Intro:NEWS Silchar 29 October.. আজি কেইবা শত মধ্যাহ্ন ভোজণ কৰ্মী সহায়িকা শিলচৰ চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত শিলংপট্টি সড়কত অবৰোধ কৰে।
Body:NEWS Silchar 29 October.. আজি কেইবা শত মধ্যাহ্ন ভোজণ কৰ্মী সহায়িকা শিলচৰ চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত শিলংপট্টি সড়কত অবৰোধ কৰে।
চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজণ কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰত এক অচলাৱস্থাৰ সৃষ্টি হয়। চাৰিওফালে দেখা দিয়ে যানজঁট। মধ্যাহ্নভোজণৰ কামকাজৰ দায়িত্ব স্বেচ্ছাসেৱী সংগঠনক দিয়াৰ প্ৰতিবাদ জনাই আজি তেওঁ এই অবৰোধ কৰে। পিছত অবৰোধ স্থলিৰ পৰা তেওঁ এক সমদল কৰি জিলা উপায়ুক্তৰ অফিচৰ সন্মূখত গৈ ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ বেচৰকাৰী সংস্থাক মধ্যাহ্নভোজণৰ কামকাজৰ দায়িত্ব প্ৰদান নকৰি তেওঁ লোকৰ চাকৰি নিয়মীয়া কৰণ, নিয়মীয়া কৈ দৰমহা প্ৰদান আৰু চৰকাৰী কৰ্মচাৰী সকলৰ দৰে সাসুবিধা দিয়াৰ দাবী জনাইছে।Conclusion:NEWS Silchar 29 October.. আজি কেইবা শত মধ্যাহ্ন ভোজণ কৰ্মী সহায়িকা শিলচৰ চহৰৰ মাঝমঝিয়াত থকা অতি ব্যস্ত শিলংপট্টি সড়কত অবৰোধ কৰে।
চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজণ কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰত এক অচলাৱস্থাৰ সৃষ্টি হয়। চাৰিওফালে দেখা দিয়ে যানজঁট। মধ্যাহ্নভোজণৰ কামকাজৰ দায়িত্ব স্বেচ্ছাসেৱী সংগঠনক দিয়াৰ প্ৰতিবাদ জনাই আজি তেওঁ এই অবৰোধ কৰে। পিছত অবৰোধ স্থলিৰ পৰা তেওঁ এক সমদল কৰি জিলা উপায়ুক্তৰ অফিচৰ সন্মূখত গৈ ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ বেচৰকাৰী সংস্থাক মধ্যাহ্নভোজণৰ কামকাজৰ দায়িত্ব প্ৰদান নকৰি তেওঁ লোকৰ চাকৰি নিয়মীয়া কৰণ, নিয়মীয়া কৈ দৰমহা প্ৰদান আৰু চৰকাৰী কৰ্মচাৰী সকলৰ দৰে সাসুবিধা দিয়াৰ দাবী জনাইছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.