ETV Bharat / state

অসম-মিজোৰাম সীমান্তৰ অবৈধ গেটৰ বিৰুদ্ধে সৰৱ আবিছা - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম-মিজোৰাম সীমান্তৰ লাইলা পুৰত অবৈধ গেট বহাই ব্যৱসায় আৰম্ভ কৰিছে অসাধু চক্ৰই । এই অভিযোগ প্ৰদান কৰিছে আবিছা নামৰ এটা সংগঠনে ৷

Memorandum Of ABHISA Organization against Corruption In Cachar District
অসম-মিজোৰাম সীমান্তৰ অবৈধ গেটৰ বিৰুদ্ধে সৰৱ আবিছা
author img

By

Published : Sep 10, 2020, 10:21 PM IST

শিলচৰ, 10 ছেপ্তেম্বৰ : অসম-মিজোৰাম সীমান্তৰ লাইলা পুৰত অবৈধ গেট বহাই ব্যৱসায় আৰম্ভ কৰিছে অসাধু চক্ৰই । এই অভিযোগ প্ৰদান কৰিছে আবিছা নামৰ এটা সংগঠনে ৷

অসম-মিজোৰাম সীমান্তৰ অবৈধ গেটৰ বিৰুদ্ধে সৰৱ আবিছা

বৃহস্পতিবাৰে সংগঠনটোৱে এই অবৈধ চক্ৰটোৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি কাছাৰ প্ৰশাসনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ আনকি,কাছাৰ প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উচিত ব্যবস্থা ল'বলৈ আহ্বান জনাই সংগঠনটোৱে ৷

লগতে পঢ়ক : ৰাজনীতিৰ পৰিৱৰ্তে শিল্পী হৈ থাকিব বিচাৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.