ETV Bharat / state

বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ মনোজ তিৱাৰীৰ প্ৰচাৰ - লক্ষীপুৰ বিধানসভা সমষ্টি

লক্ষীপুৰৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে ষ্টাৰ কেম্পেইনাৰ তথা সাংসদ মনোজ তিৱাৰীয়ে ৷ এই উপলক্ষে বুধবাৰে কাছাৰত উপস্থিত হোৱাৰ পাচতে মনোজ তিৱাৰীয়ে তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷

লক্ষীপুৰত বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মনোজ তিৱাৰীৰ

author img

By

Published : Mar 17, 2021, 5:28 PM IST

কাছাৰ,17 মাৰ্চ: বুধবাৰে লক্ষীপুৰৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ষ্টাৰ কেম্পেইনাৰ সাংসদ মনোজ তিৱাৰীয়ে ৷ এই উপলক্ষে কাছাৰত উপস্থিত হোৱাৰ পাচতে তিৱাৰীয়ে তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷

প্ৰথমে গুৱাহাটীৰ পৰা হেলিকপ্তাৰ যোগে কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দিত উপস্থিত হৈ বিজেপিৰ এখন বিশাল জন সভাত অংশগ্ৰহণ কৰে ৷ লগতে লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

লক্ষীপুৰত বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মনোজ তিৱাৰীৰ

সভাখনত হাজাৰ হাজাৰ লোক সমবেত হয় ৷ সভাত মনোজ তিৱাৰীয়ে ভোজপুৰী গান গাই ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰে ৷ লগতে এইবাৰ অসমত পুনৰ বিজেপি চৰকাৰৰ আহিব স্পষ্ট মত প্ৰকাশ কৰে মনোজ তিৱাৰীয়ে ৷ এই সভাৰ পাচতে তিৱাৰীয়ে উধাৰবন্ধৰ এখন সভাত যোগ দিয়াৰ পিছতে আবেলি পুনৰ লক্ষীপুৰৰ সমষ্টিৰ বৰতল বাগানত কৌশিক ৰয়ৰ হৈ প্ৰচাৰ চলাব ৷

লগতে পঢ়ক: ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.