ETV Bharat / state

সাংবাদিকৰ প্ৰতিবাদত উত্তাল শিলচৰ - protest

মঙলবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন শিলচৰৰ সাংবাদিকৰ ৷ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত হাইলাকান্দিত এটা ব্যক্তিগত চেনেলৰ সাংবাদিক ৰাজেশ দাসক আক্ৰমণৰ তীব্ৰ নিন্দা জনায় সাংবাদিক সকলে ৷

সাংবাদিকৰ প্ৰতিবাদত উত্তাল শিলচৰ
author img

By

Published : Jul 24, 2019, 1:18 AM IST

শিলচৰ,23 জুলাই: দেওবাৰে হাইলাকান্দিৰ সাংবাদিক ৰাজেশ দাসক এজন আৰক্ষী কনিষ্টবলে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মঙলবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে শিলচৰৰ সাংবাদিক সকলে ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত হাইলাকান্দিত এটা ব্যক্তিগত চেনেলৰ সাংবাদিক ৰাজেশ দাসক আক্ৰমণৰ তীব্ৰ নিন্দা জনায় সাংবাদিক সকলে ৷ " অসম পুলিছ হায়, হায়, হাইলাকান্দি পুলিছ হায়,হায়, সাংবাদিকৰ ওপৰত আৰক্ষীৰ গুণ্ডাৰাজ নচলিব " আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে সাংবাদিক সকলে ৷ অভিযুক্ত কনিষ্টবল ৰাজেশ শুক্লবৈদ্যক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় প্ৰতিবাদী সাংবাদিক সকলে ৷ কনিষ্টবলজনক চাকৰিৰ পৰা টাৰ্মিনেট নকৰিলে ভৱিষ্যতে ৰাজ্যজুৰি বৃহৎ আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক স্পষ্ট কৰি দিয়ে প্ৰতিবাদী সকলে ৷

সাংবাদিকৰ প্ৰতিবাদত উত্তাল শিলচৰ

বিক্ষোভৰ পিচত সমদল কৰি সাংবাদিক সকলে দক্ষিণ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰ দত্তৰ কাৰ্যলয়লৈ গৈ আৰক্ষী বিষয়া জনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এখন স্মাৰক প্ৰদান কৰে ৷ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ হাততো এখন স্মাৰক প্ৰদান কৰি দোষী কনিষ্টবল জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় ৷ স্মাৰক গ্ৰহণ কৰাৰ পিচত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তই সাংবাদিক সকলক কয় যে ইতিমধ্যে অভিযুক্ত ৰাজেশ শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সাংবাদিকক আক্ৰমণ কৰা সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হব বুলি আশ্বাস দি লগতে কয় যে ইয়াৰ পিচতে কনিষ্টবল জনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

Intro:নিউজ শিলচৰ,23 জুলাই- যোৱা দেওবাৰে হাইলাকান্দিৰ সাংবাদিক ৰাজেশ দাসক এজন আৰক্ষী কনিষ্টবলে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মঙলবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে শিলচৰৰ সাংবাদিক সকলে ৷ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত হাইলাকান্দিত ডি আই 365 ৰ সাংবাদিক ৰাজেশ দাসক আক্ৰমণৰ তীব্ৰ নিন্দা জনায় সাংবাদিক সকলে ৷ "অসম পুলিছ হায়, হায়, হাইলাকান্দি পুলিছ হায়,হায়, সাংবাদিকৰ ওপৰত আৰক্ষীৰ গুণ্ডাৰাজ নচলিব" আদি শ্লোগান দি পৰিস্হিতি উত্তাল কৰে সাংবাদিক সকলে ৷ অভিযুক্ত কনিষ্টবল ৰাজেশ শুক্লবৈদ্যক শিঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় প্ৰতিবাদী সাংবাদিক সকলে ৷ কনিষ্টবলজনক চাকৰিৰ পৰা টাৰ্মিনেট নকৰিলে ভৱিষ্যতে ৰাজ্যজুৰি বৃহৎ আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক স্পষ্ট কৰি দিয়ে প্ৰতিবাদী সকলে ৷ Body:নিউজ শিলচৰ,23 জুলাই- যোৱা দেওবাৰে হাইলাকান্দিৰ সাংবাদিক ৰাজেশ দাসক এজন আৰক্ষী কনিষ্টবলে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত মঙলবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে শিলচৰৰ সাংবাদিক সকলে ৷ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত হাইলাকান্দিত ডি আই 365 ৰ সাংবাদিক ৰাজেশ দাসক আক্ৰমণৰ তীব্ৰ নিন্দা জনায় সাংবাদিক সকলে ৷ "অসম পুলিছ হায়, হায়, হাইলাকান্দি পুলিছ হায়,হায়, সাংবাদিকৰ ওপৰত আৰক্ষীৰ গুণ্ডাৰাজ নচলিব" আদি শ্লোগান দি পৰিস্হিতি উত্তাল কৰে সাংবাদিক সকলে ৷ অভিযুক্ত কনিষ্টবল ৰাজেশ শুক্লবৈদ্যক শিঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় প্ৰতিবাদী সাংবাদিক সকলে ৷ কনিষ্টবলজনক চাকৰিৰ পৰা টাৰ্মিনেট নকৰিলে ভৱিষ্যতে ৰাজ্যজুৰি বৃহৎ আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক স্পষ্ট কৰি দিয়ে প্ৰতিবাদী সকলে ৷ বিক্ষোভৰ পিচত সমদল কৰি সাংবাদিক সকলে দক্ষিণ অসমৰ ডি আইজি প্ৰশান্ত কুমাৰ দত্তৰ কাৰ্যলয়লৈ গৈ আৰক্ষী বিষয়া জনৰ জৰিয়তে মূখ্যমন্ত্ৰীৰ উদ্দেশ্যে এখন ষ্মাৰক প্ৰদান কৰে ৷ লগতে ডি আই জি ৰ হাততো এখন ষ্মাৰক প্ৰদান কৰি দোষী কনিষ্টবল জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় ৷ ষ্মাৰক গ্ৰহন কৰাৰ পিচত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তই সাংবাদিক সকলক কয় যে ইতিমধ্যে অভিযুক্ত ৰাজেশ শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সাংবাদিকক আক্ৰমণ কৰা সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হব বুলি আশ্বাস দি লগতে কয় যে ইয়াৰ পিচতে কনিষ্টবল জনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্হা গ্ৰহন কৰা হব ৷Conclusion:কেতিয়া বা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.