ETV Bharat / state

কাছাৰৰ গ্ৰামাঞ্চলত চৰকাৰী বিদ্যালয়ৰ নিম্নগামী ফলাফল - ইটিভি ভাৰত

বৰখলা চৰকাৰী বিদ্যালয়ৰ তুলনাত আকৌ এবাৰ 100 শতাংশ উত্তীৰ্ণৰ হাৰ অব্যাহত ৰাখিছে কেইবাখনো ব্যক্তিগত বিদ্যালয়ে ৷ ডলু সৰস্বতী বিদ্যালয়ত 32 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত 12 গৰাকীয়ে,দ্বিতীয় বিভাগত 17গৰাকীয়ে আনহাতে তৃতীয় বিভাগ লাভ কৰিছে 3 গৰাকীয়ে ৷ জাৰইলতলা সৰস্বতী বিদ্যানিকেতনৰ 14গৰাকীৰ প্ৰথম বিভাগত 6 গৰাকীয়ে,দ্বিতীয় বিভাগত 7 গৰাকীয়ে, তৃতীয় বিভাগত 1 গৰাকী উত্তীৰ্ণ হৈছে ৷

কাছাৰৰ গ্ৰামাঞ্চলত চৰকাৰী বিদ্যালয়ৰ নিম্নগামী ফলাফল
author img

By

Published : May 15, 2019, 6:55 PM IST

Updated : May 15, 2019, 7:11 PM IST

কাছাৰ,15 মে' :কাছাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ নিম্নগামী ফলাফল ৷ বৰখলা চৰকাৰী বিদ্যালয়ৰ তুলনাত আকৌ এবাৰ 100 শতাংশ উত্তীৰ্ণৰ হাৰ অব্যাহত ৰাখিছে কেইবাখনো ব্যক্তিগত বিদ্যালয়ে ৷ ডলু সৰস্বতী বিদ্যালয়ত 32 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰথম বিভাগত 12 গৰাকীয়ে,দ্বিতীয় বিভাগত 17গৰাকীয়ে আনহাতে তৃতীয় বিভাগ লাভ কৰিছে 3 গৰাকীয়ে ৷
জাৰইলতলা সৰস্বতী বিদ্যানিকেতনৰ 14গৰাকীৰ প্ৰথম বিভাগত 6 গৰাকীয়ে,দ্বিতীয় বিভাগত 7 গৰাকীয়ে, তৃতীয় বিভাগত 1 গৰাকী উত্তীৰ্ণ হৈছে ৷

লগতে পঢ়ক : কলকাতাত অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল

আনহাতে বৰখলা ৰাজা জি সি এম এইচ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 44.38% ৷ 7 গৰাকীয়ে প্ৰথম বিভাগ, 21 গৰাকীয়ে দ্বিতীয় বিভাগ, 79 গৰাকী উত্তীৰ্ণ হয় তৃতীয় বিভাগত ৷

Intro:Body:আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাছাৰ জিলাত ফলাফল সাফল্য উৎফল্লিত নহলে ৷ গ্ৰামাঞ্চলৰ সৰকাৰী স্কুলৰ তুলনাত প্ৰাইভেট স্কুলৰ ফলাফল ভাল৷বৰখলা সৰকাৰী স্কুলৰ তুলনাত এবাৰ আকৌ ১০০% উত্তীৰ্ণৰ ধাৰাবাহিক ৰক্ষা কৰিছে স্কুলৰ ডলু সৰস্বতী ৩২ ছাত্ৰছাত্ৰীৰ মাজত ১ম বিভাগ ১২ জন,২ বিভাগত ১৭জন ৩ বিভাগত ৩জন জাৰইলতলা সৰস্বতী বিদ্যানিকেতন ১০০% ১৪জনৰ ভিতৰত উত্তীৰ্ণৰ ১প্ৰথম বিভাগত ৬জন ,২ বিভাগত ৭জন,৩ বিভাগত মাত্ৰ ১জন,আৰু লিটিল ডায়মণ্ড ৫৯% আৰু বৰখলা ৰাজা জি সি এম এইচ স্কুলত ৪৪.৩৯% ১ম বিভাগ: ৭ জন, ২বিভাগ ২১, ৩ বিভাগত ৭৯ জনConclusion:
Last Updated : May 15, 2019, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.