ETV Bharat / state

ৰাকেশ পালক APSC ৰ অধ্যক্ষ নিযুক্তি দিয়াত মই কোনো হেঁচা দিয়া নাইঃ গৌতম ৰয় - শিলচৰৰ মিনি সচিবালয়ৰ ভূমি পূজন

শিলচৰৰ মিনি সচিবালয়ৰ ভূমি পূজনৰ পিচত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিয়াত কোনো হেঁচা দিয়া নাই বুলি উল্লেখ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অভিযোগ খণ্ডন প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ
author img

By

Published : Aug 20, 2019, 7:24 PM IST

শিলচৰ,20 আগষ্টঃ

  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অভিযোগ খণ্ডন প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ
  • ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিয়াত মই কোনো হেঁচা দিয়া নাইঃ গৌতম ৰয়
  • ৭০ বছৰত বৰাকৰ কোনো উন্নয়ন হোৱা নাই বুলি বিজেপিয়ে কৰা অভিযোগ স্বীকাৰ
  • কংগ্ৰেছৰ নেতা মন্ত্ৰী সকলৰ কাম কৰাৰ কোনো ইচ্ছা নাই বুলিও উল্লেখ গৌতম ৰয়ৰ
  • কংগ্ৰেছ চৰকাৰৰ দিনত বৰাকৰ প্ৰতি বৈষম্যমূলক নীতি গ্ৰহণ কৰা বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অভিযোগ খণ্ডন প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ

শিলচৰ,20 আগষ্টঃ

  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অভিযোগ খণ্ডন প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ
  • ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিয়াত মই কোনো হেঁচা দিয়া নাইঃ গৌতম ৰয়
  • ৭০ বছৰত বৰাকৰ কোনো উন্নয়ন হোৱা নাই বুলি বিজেপিয়ে কৰা অভিযোগ স্বীকাৰ
  • কংগ্ৰেছৰ নেতা মন্ত্ৰী সকলৰ কাম কৰাৰ কোনো ইচ্ছা নাই বুলিও উল্লেখ গৌতম ৰয়ৰ
  • কংগ্ৰেছ চৰকাৰৰ দিনত বৰাকৰ প্ৰতি বৈষম্যমূলক নীতি গ্ৰহণ কৰা বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ
Intro:ৰাকেশ পালক APSC ৰ চেয়াৰম্যান কৰাৰ কাৰনে ময় কোন হেচা দিয়া নাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ অভযোগ খন্ডন কৰিলে সদ্য বিজপিত যোগ দিয়া ৰাজ্য প্ৰাক্তন মন্ত্ৰী গৌতম ৰৱে ৷ মিনি সচিবালয়ৰ ভুমি পুজনৰ পাছত সংবাদমাধ্যমৰ প্ৰশ্নৰ জবাবত গৌতম ৰৱে কলে ময় যদি APSC কেলংকাৰিত জড়িত থাকিছিলো তেওঁ হলে তৰুন গগৈএ মোৰ বিৰুদ্ধে কিয় তদন্ত কৰা নাই ৷ তৰুন গগৈৰ বয়স হইছে ৷ তেওঁৰ সব কথা শুনি লাভ নাই ৷ ৭০ বছৰত বৰাকৰ কোন উন্নয়ন হোৱা নাই বুলি বিজেপিৰ মন্ত্ৰী বিধায়ক সকলে যি অভিযোগ আনিয়াছে সেই সন্দৰ্ভত গৌতম ৰয়ে স্বীকাৰ কৰিলে তেওঁ লোকৰ অভিযোগ ৷ কলে কংগ্ৰেছৰ নেতা মন্ত্ৰী সকলৰ কাম কৰাৰ কোন ইচ্ছা না আছিল ৷ এছাড়া কংগ্ৰেছ সৰকাৰে আমলৰ বৰাকৰ প্ৰতি এক বৈষম্য হইছিল ৷ যাৰ বাবে উন্নয়ন হোৱা নাই ৷বাইট--- গৌতম ৷Body:ৰাকেশ পালক APSC ৰ চেয়াৰম্যান কৰাৰ কাৰনে ময় কোন হেচা দিয়া নাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ অভযোগ খন্ডন কৰিলে সদ্য বিজপিত যোগ দিয়া ৰাজ্য প্ৰাক্তন মন্ত্ৰী গৌতম ৰৱে ৷ মিনি সচিবালয়ৰ ভুমি পুজনৰ পাছত সংবাদমাধ্যমৰ প্ৰশ্নৰ জবাবত গৌতম ৰৱে কলে ময় যদি APSC কেলংকাৰিত জড়িত থাকিছিলো তেওঁ হলে তৰুন গগৈএ মোৰ বিৰুদ্ধে কিয় তদন্ত কৰা নাই ৷ তৰুন গগৈৰ বয়স হইছে ৷ তেওঁৰ সব কথা শুনি লাভ নাই ৷ ৭০ বছৰত বৰাকৰ কোন উন্নয়ন হোৱা নাই বুলি বিজেপিৰ মন্ত্ৰী বিধায়ক সকলে যি অভিযোগ আনিয়াছে সেই সন্দৰ্ভত গৌতম ৰয়ে স্বীকাৰ কৰিলে তেওঁ লোকৰ অভিযোগ ৷ কলে কংগ্ৰেছৰ নেতা মন্ত্ৰী সকলৰ কাম কৰাৰ কোন ইচ্ছা না আছিল ৷ এছাড়া কংগ্ৰেছ সৰকাৰে আমলৰ বৰাকৰ প্ৰতি এক বৈষম্য হইছিল ৷ যাৰ বাবে উন্নয়ন হোৱা নাই ৷বাইট--- গৌতম ৷Conclusion:Bite গৌতম ৰয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.