ETV Bharat / state

শিলচৰত জুৱাৰৰ আড্ডাত কটা গ’ল যুৱকৰ গুপ্তাংগ

author img

By

Published : May 21, 2021, 12:10 PM IST

Updated : May 21, 2021, 12:36 PM IST

শিলচৰ পঞ্চায়ত ৰোডৰ এক জুৱাৰ আড্ডাত কটা গ’ল যুৱকৰ গুপ্তাংগ ৷ ন্যায় বিচাৰি আৰক্ষীৰ কাষত আত্মীয় ৷

শিলচৰত জুৱাৰৰ আড্ডাত কটা গল যুৱকৰ গুপ্তাংগ

কাচাৰ, 21 মে’: বুধবাৰে নিশা শিলচৰ পঞ্চায়ত ৰোডত সংঘটিত হৈছে এক অঘটন ৷ শিলচৰৰ এক জুৱাৰ আড্ডাত কটা গ’ল যুৱকৰ গুপ্তাংগ ৷

অভিযোগ অনুসৰি, একে স্থানৰে দাস কলনীৰ সুদীপ্ত দাসগুপ্ত নামৰ ব্যক্তি গৰাকীয়ে নিশা প্ৰায় 11 বজাত ভুক্তভোগী যুৱক জনক ফোন কৰি ঘৰৰ পৰা মাতি লৈ যায় । তাৰ পাছত জুৱাৰ আড্ডাত বহিবলৈ হেচাঁ প্ৰয়োগ কৰে ।

শিলচৰত জুৱাৰৰ আড্ডাত কটা গ’ল যুৱকৰ গুপ্তাংগ

পৰৱৰ্তী সময়ত টকাক লৈ কিছু বিতৰ্কৰ সৃষ্টি হয় জুৱাৰ আড্ডাত ৷ ফলত ভুক্তভোগী যুৱক জনক আন এজন যুৱকে কাচৰ বটল ভাঙি প্ৰহাৰ কৰে গুপ্তাংগত ।

উল্লেখ্য যে, ভুক্তভোগী যুৱক গৰাকীক সংকটজনক আৱস্থাত শিলচৰ মেডিকেল কলেজলৈ প্ৰৰণ কৰা হয় ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তেওঁৰ ভনীয়েকে কাষ চাপে আৰক্ষীৰ আৰু এই সমগ্ৰ ঘটনাৰ সম্বন্ধে আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ ।

লগতে পঢ়ক: ধৰ্ষণৰ বলি হৈ বিহপুৰীয়াত কিশোৰীৰ আত্মহত্যা

Last Updated : May 21, 2021, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.