ETV Bharat / state

কাছাৰত আৰক্ষীক প্ৰহাৰ জুৱাৰীৰ,চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক - ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে আক্ৰমণকাৰীসকলক

কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে আৰক্ষীজনক ৷

চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক
author img

By

Published : Oct 28, 2019, 10:01 AM IST

Updated : Oct 28, 2019, 11:18 AM IST

কাছাৰ, 28 অক্টোবৰঃ কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ উধাৰবন্দৰ আৰকাটিপুৰ ৰে’লগেটৰ ওচৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতে জুৱা খেলৰ সমৰ্থকসকলে আৰক্ষীৰ দলটোৰ ওপৰত জপিয়াই পৰি বেয়াকৈ মাৰধৰ কৰে ৷ উত্তেজিত জুৱাৰী সকলে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰে ৷ এই ঘটনা সংঘটিত কৰি পলুৱাই যাবলৈ সক্ষম হয় জুৱাৰী দলটো ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

কাছাৰত আৰক্ষীক প্ৰহাৰ জুৱাৰীৰ,চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক

ইপিনে,ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে আৰক্ষীজনক ৷ ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে আক্ৰমণকাৰীসকলক ৷ আক্ৰমণকাৰীসকল ক্ৰমে বনছি নুনিয়া,মুনিলাল নুনীয়া,ৰামজি নুনীয়া,অজিত নুনীয়া,শ্যাম নুনীয়া,ঈশ্বৰ নুনীয়া,মুন্না নুনীয়া ৷

লগতে চাওকঃমহানগৰীৰ ভেটাপাৰাত ভয়ংকৰ অগ্নিকা

Intro:কাছাৰ জিলাৰ উধাৰবন্দৰ আৰকাটিপুৰ ৰেলগেইটৰ ওচৰত জুয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পুলিচক গণধোলাই খাব লগা হল।Body:Breaking
জানিব পৰা গৈছে, জুয়া খেলুৱৈ আৰু তেওঁ লোকৰ সমৰ্থক সকলে পুলিচ আহিছে দেখি তেওঁ লোকৰ উপৰ জপিয়াই পৰে আৰু বেয়াকৈ মাৰধৰ কৰি পুলিচৰ উদ্দেশ্যে শিল গুটি নিক্ষেপ কৰে ৷ উত্তেজিত জুয়াৰী সকলৰ হাতৰ পৰা পুলিচক ৰক্ষা কৰে এয়াৰ কিছু ৰাইজে ৷ ৰাইজে জুয়াৰী সকলৰ হাতত আহত পুলিচ কেইজনক এটা ঘৰত হোমাই প্ৰাণ ৰক্ষা কৰে ৷ এই ঘটনাৰ পিচত উধাৰবন্ধ থানাৰ আৰক্ষী আৰু CRPF ৰ এটা বিশাল দল গৈ ঘটনা স্থলীৰ পৰা আহত পুলিচৰ দলটোক উদ্ধাৰ কৰি লৈ আহে ৷ উত্তেজিত জুয়াৰী সকলে পুলিচে লৈ অহা গাড়ী খনও ভাংচোর কৰিছে। এই ঘটনাৰ পিছত আৰকাটিপুৰত উত্তেজনা বিৰাজ কৰিছে।

জানিব পৰা মতে জান্ডিমুন্ডা তাতে বহাইছিল বনছি নুনিয়া, মুনিলাল নুনীয়া, ৰামজি নুনীয়া, অজিত নুনীয়া, শ্যাম নুনীয়া,ঈশ্বৰ নুনীয়া, মুন্না নুনীয়া নামৰ এই কেইজন ব্যক্তিয়ে আৰু এও লোকেই আৰক্ষীৰ উপৰ আক্ৰমণ চলায় ৷Conclusion:এতিয়া ও উত্তেজনা আছে এলাকত ।
Last Updated : Oct 28, 2019, 11:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.