শিলচৰ,7 জুনঃ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বেদখল কৰা 82টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ ৷ শুকুৰবাৰে ৰাতিপুৱা প্ৰায় এঘাৰ বজাত বন বিভাগে আৰম্ভ কৰে এই উচ্ছেদ অভিযান ৷ কাছাৰৰ ডি এফ অ' চানিদেউ চৌধুৰীৰ নেতৃত্বত বন বিভাগ আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে 15 টা হাতীৰে চলাই উচ্ছেদ অভিযান ৷
কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান - কাছাৰ প্ৰশাসন
মুকলি আকাশৰ তলতে অৱস্থান একাংশ উচ্ছেদিত ৰাইজৰ ৷
কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান
শিলচৰ,7 জুনঃ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বেদখল কৰা 82টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ ৷ শুকুৰবাৰে ৰাতিপুৱা প্ৰায় এঘাৰ বজাত বন বিভাগে আৰম্ভ কৰে এই উচ্ছেদ অভিযান ৷ কাছাৰৰ ডি এফ অ' চানিদেউ চৌধুৰীৰ নেতৃত্বত বন বিভাগ আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে 15 টা হাতীৰে চলাই উচ্ছেদ অভিযান ৷
নিউজ শিলচৰ7জুন- অৱশেষত উচ্ছেদ কৰা হল কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বেদখল কৰা বিৰাশীটা পৰিয়ালক ৷ শুকুৰবাৰে ৰাতিপুৱা প্ৰায় এঘাৰ বজাত বন বিভাগে আৰম্ভ কৰে উচ্ছেদ অভিযান ৷ কাছাৰৰ DFO চানিদেউ চৌধুৰীৰ নেতৃত্বত বন বিভাগ আৰু বিশাল পৰিমাণৰ নিৰাপত্তা বাহিনী লৈ 15 টা হাতীৰে চলোৱা হয় উচ্ছেদ অভিযান ৷ ইফালে, ঘৰবাৰী সা সম্পতি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা দুৰ্ভগীয়া পৰিয়াল সমুহৰ বিলাই বিপত্তি নোহেৱা হৈছে ৷ অতি আৱশ্যক কিছু সামগ্ৰী উদ্ধাৰ কৰি এওঁ লোকৰ একাংশই অন্যত্ৰ ৰাওনা দিয়াৰ বিপৰীতে একাংশই মুকলি আকাশৰ তলতে থকাৰ সিদ্ধান্ত লৈছে ৷
Footage FTP
slug Silchar Forest update 1 with DL
Last Updated : Jun 7, 2019, 8:28 PM IST