ETV Bharat / state

শিলচৰত নিচাজাতীয় সামগ্ৰীসহ আটক 2 সৰবৰাহকাৰী

বুধবাৰে শিলচৰ আৰক্ষীয়ে ১১৯ পেকেট নিচাজাতীয় টেবলেট সহ আটক কৰে দুই যুৱকক ৷ আটকাধীন যুৱক দুজন শিলচৰ নাগাটিল্লাৰ মেহেবুব আলম আৰু মিটুন পাল

শিলচৰত জব্দ নিচাজাতীয় সামগ্ৰীঃ 2 আটক
author img

By

Published : Oct 30, 2019, 9:01 PM IST

শিলচৰ, 30 অক্টোবৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বুধবাৰে শিলচৰ আৰক্ষীয়ে ১১৯ পেকেট নিচাজাতীয় টেবলেট সহ আটক কৰে দুই যুৱকক ৷ আটকাধীন যুৱক দুজন শিলচৰ নাগাটিল্লাৰ মেহেবুব আলম আৰু মিটুন পাল ৷ গোপন সূত্ৰৰ ভিত্তিতে ৰাঙ্গিৰখাৰি আৰক্ষীয়ে শিলচৰৰ নাগাটিল্লাত অভিযান চলাই আটক কৰে নিচাজাতীয় সামগ্ৰীখিনি ৷

শিলচৰত জব্দ নিচাজাতীয় সামগ্ৰীঃ 2 আটক

আনহাতে, প্ৰতিটো নিচাজাতীয় পেকেটত ২০০ টাকৈ টেবলেট উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা টেবলেটৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ খবৰ অনুসৰি, যুৱক দুজনে দীৰ্ঘদিন ধৰি অবৈধ বেহাৰ লগত জড়িত আছিল ৷ যাৰ বাবে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যুৱক দুজনক ।

Intro:শিলচৰত আৰক্ষী আটক কৰিলে দুজন যুৱকৰ লগতে ১১৯ পেকেট নেশা জাতীয় টেবলেট সহ আটক দুই যুবক ৷ যুবক দুজনৰ নাম মেহেবুব আলম আৰু Body:Breaking Silchar

কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ ১১৯ পেকেট নেশা জাতীয় টেবলেট সহ আটক দুই যুবক ৷ যুবক দুজনৰ নাম মেহেবুব আলম আৰু মিটুন পাল ৷ ঘৰ শিলচৰ নাগাটিল্লা ৷ গোপন সূত্ৰৰ ভিত্তিত ৰাঙ্গিৰখাৰি আৰক্ষীয়ে শিলচৰ চহৰৰ ওচৰৰ নাগাটিল্লাত অভিযান চলাই ১১৯ পেকেট নেশা জাতীয় টেবলেট উদ্ধাৰ সহ দুই যুবকক আটক কৰে ৷ প্ৰতিটা পেকেটৰ ২০০ টা কৈ নেশাৰ টেবলেট উদ্ধাৰ হয় ৷ ইয়াৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা ৷ জানিব পৰা মতে যুবক দুই জনে বহু দিনৰ পৰা এই অবৈধ বেহাৰ লগত জড়িত আছিল ৷ যুবক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।Conclusion:বিৰাট সফলতা কাছাৰৰ পুলিচৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.