ETV Bharat / state

বৰাকত মঙলবাৰে 7 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু - বৰাক ক’ভিড

বৰাকত মঙলবাৰৰ দিনটোত 7 গৰাকী ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ আনহাতে সন্ধিয়া 6 বজালৈকে 444 গৰাকী লোক ক’ভিড 19 ত আক্ৰান্ত ৷

covid-death-of-barak
বৰাকত ৰোগীৰ মৃত্যু
author img

By

Published : May 26, 2021, 2:24 PM IST

শিলচৰ,26 মে’: ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰাকতো ক’ভিড 19 ত আক্ৰান্ত হৈছে শতাধিক লোক ৷ মঙলবাৰৰ দিনটোত বৰাকত ক’ভিড 19 ত আক্ৰান্ত হৈছে 7 গৰাকীকৈ লোক ৷

ইয়াৰ ভিতৰত কাছাৰৰ 4 গৰাকী, কৰিমগঞ্জৰ 2 গৰাকী আৰু হাইলাকান্দিৰ এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকীৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে ৷ ইফালে সন্ধিয়া 6 বজালৈকে 444 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত ৫০ বছৰৰ উৰ্ধৰ ব্যক্তিক ভৰ্তি কৰাব লাগিব চিকিৎসালয়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.