ETV Bharat / state

কাছাৰৰ উধাৰবন্দত কংগ্ৰেছৰ প্ৰতিবাদ - কংগ্ৰেছ নেতা অজিত সিং

অৰুণোদয় আঁচনিৰ নামত যাতে কোনোধৰণৰ ৰাজনীতি নহয় আৰু কোনো দুৰ্নীতি সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উধাৰবন্দ উন্নয়ন খণ্ডৰ বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ দলটোৱে ৷

Congress protests in Cachar
কাছাৰৰ উধাৰবন্দত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Sep 15, 2020, 12:14 PM IST

শিলচৰ,15ছেপ্তেম্বৰঃ বুধবাৰে পুৱাই কাছাৰ জিলাৰ উধাৰবন্দত বিভিন্ন দাবী লৈ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা অজিত সিঙৰ নেতৃত্বত কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিশেষকৈ অৰুণোদয় আঁচনিৰ নামত যাতে কোনোধৰণৰ ৰাজনীতি নহয় আৰু কোনো দুৰ্নীতি সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উধাৰবন্দ উন্নয়ন খণ্ডৰ বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ দলটোৱে ৷

কাছাৰৰ উধাৰবন্দত কংগ্ৰেছৰ প্ৰতিবাদ

তদুপৰি বিধ্বস্ত ভি আই পিৰ পথৰ পুনঃ নিৰ্মাণৰ দাবীত উধাৰবন্দৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখতো প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ আনহাতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মালৈ উধাৰবন্দৰ চক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তীৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ সঁজাতি দলটোৱে ৷

লগতে পঢ়কঃবঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.