কাছাৰ, 17 নৱেম্বৰঃ কাছাৰৰ অসম-মণিপুৰ সীমান্তৰ ঘন জংঘলত কাছাৰ আৰক্ষী আৰু আসাম ৰাইফলচৰ এটা দলে নাগা উগ্ৰপন্থী সংগঠন এন.এছ.চি.এন (আৰ) আৰু জেলিয়াংলং ইউনাইটেড ফ্ৰন্ট'ৰ এটা কেম্প উৎখাত কৰে ৷ কাছাৰৰ জিৰিঘাটৰ ৰামগাইজানত অভিযান চলাই এ.কে 56 ৰাইফল আৰু বহু জাই সজীৱ গুলিৰ লগতে লেফটেনেন্ট পৌগংলং আৰু কেপ্টেইন ছাগু ৰংমেই নামৰ দুজন দুধৰ্ষ উগ্ৰপন্থী নেতাক আটক কৰিবলৈ সক্ষম হয় ৷
কাছাৰৰ জংঘলত উৎখাত দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ কেম্প - terrorist camps in cachar
কাছাৰৰ অসম-মণিপুৰ সীমান্তৰ ঘন জংঘলত কাছাৰ আৰক্ষী আৰু আসাম ৰাইফলচৰ এটা দলে নাগা উগ্ৰপন্থী সংগঠন এন.এছ.চি.এন (আৰ) আৰু জেলিয়াংলং ইউনাইটেড ফ্ৰন্ট'ৰ এটা কেম্প উৎখাত কৰে ৷
জংঘলত উৎখাত দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ কেম্প
কাছাৰ, 17 নৱেম্বৰঃ কাছাৰৰ অসম-মণিপুৰ সীমান্তৰ ঘন জংঘলত কাছাৰ আৰক্ষী আৰু আসাম ৰাইফলচৰ এটা দলে নাগা উগ্ৰপন্থী সংগঠন এন.এছ.চি.এন (আৰ) আৰু জেলিয়াংলং ইউনাইটেড ফ্ৰন্ট'ৰ এটা কেম্প উৎখাত কৰে ৷ কাছাৰৰ জিৰিঘাটৰ ৰামগাইজানত অভিযান চলাই এ.কে 56 ৰাইফল আৰু বহু জাই সজীৱ গুলিৰ লগতে লেফটেনেন্ট পৌগংলং আৰু কেপ্টেইন ছাগু ৰংমেই নামৰ দুজন দুধৰ্ষ উগ্ৰপন্থী নেতাক আটক কৰিবলৈ সক্ষম হয় ৷
Intro:কাছাৰত এনএছচিএন কেম্প ধংস Body:
আজি পুৱা কাছাৰ জিলাৰ মণিপুৰ সীমান্তৰ ওচৰত গভীৰ জঙ্গলৰ ভিতৰত নাগা উগ্ৰপন্থী সংগঠন এনএছচিএন(আৰ) আৰু জেলিয়াংলং ইউনাইটেড ফ্ৰন্ট'ৰ এটা কেম্প পুলিচ আৰু আসাম ৰাইফেলসৰ দলে ধংস কৰিছে। জিলাৰ লক্ষীপুৰ সমষ্টিৰ জিৰিঘাট থানা এলাকাৰ গভীৰ জঙ্গলৰ ভিতৰত থকা ৰামগাইজান বুলি ঠাইত অভিযান চলাই লেফটেনেন্ট পৌগংলং আৰু কেপ্টেইন ছাগু ৰংমেই নামৰ দুজন দুৰ্ধৰ্ষ জঙ্গি নেতাক আটক কৰিবলৈ সক্ষম হৈছে। তেওঁ লোকৰ পৰা এটা একে 56 ৰাইফেল আৰু বহু জাই সজীৱ গুলি উদ্ধাৰ কৰা হৈছে। বহু জঙ্গি পেলাই গৈছে বুলি জানিব পৰা গৈছে।Conclusion: পিছত সেনা পুলিচ মিলি কেম্পটো ধংস কৰি দিয়ে।